পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২০৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কৰ মোকো উপকাৰ,
অথিৰ কৰিছে মোকো
তেনে বিৰহ যাতনা !

মেঘ ! তই কবি গই

স্বামীৰ আগত গই,
“যুগমীয়া কৰি প্ৰাণ
তেওঁতে অৰ্পিছোঁ মই ।
কবি মই মোৰ কথা
(শুনি জানো লাগে বেথা)
অকলে কান্দিছো মই
চকুলো দুধাৰি লই॥
*  *  *
অাৰু ক’বি (ক’লো তোক,)
বোলে, কিয় দিছে শোক?
ক’বি তই, অভাগিনী
মৰে প্ৰাণ এৰি থই॥


কমতাপুৰ ধ্বংস কাব্য (page 203 crop