সমললৈ যাওক

পৃষ্ঠা:কবিতা আৰু দৰ্শন.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE MARULL DJON SALTULLL 37 কবিতা আৰু দশন অনুভব কৰে। কবিয়ে দাৰ্শনিকসকলৰ দৰে সকলো বস্তুৰ গভীৰতম অৰ্থ উলিয়াবলৈ চেষ্টা কৰে। কবি-দাৰ্শনিকে সকলো বস্তুৰে সাম দেখিবলৈ পায় আৰু বিশ্বক নিত্যতাৰ আকাৰত প্ৰতীক্ষণ কৰে। যিয়েই “সত্যং শিবং সুন্দ” স্বয়ম্ভূৰ এই তিনি আকৃতি একে লগে অনুভব কৰিবলৈ সক্ষম হয়, তেওঁৱেই প্ৰকৃত কৰি-দাৰ্শনিক। কবি-দাৰ্শনিকৰ কবিতা আমাৰ অন্তৰা- মাৰ প্ৰদীপ হৃদয়ৰ স্তোত্ৰ আৰু তেজ উত্তেজিত কৰা সঙ্গীত। DISTRICT LIBRARY (HEM BARUA COLLECTION) TEZPUR.