আহিছে এতিয়া ৰঙে বহালই ঘুৰি। নিশা হলে সকলোৱে বিচাৰে জুৰণি, নহলে নিজীয়ে এই সংসাৰৰ প্ৰাণী। লৰা ছোৱালীয়ে গই ভিতৰ সোমাই, মাকৰ কাষত বহি জলপান খায়। সন্ধিয়া বেলিকা কেনে বন্তি পোহাৰত লৰা ছোৱালীয়ে মিলি পঢ়ে উলাহত।
অন্ত