সমললৈ যাওক

পৃষ্ঠা:কবিতা-কুসুম.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুসুম। ফ টেৰেই ভৰি আছে গেৰেলা পেটত। ফালিচালে ভিতৰত পাকিলে কঠাল, সোণোৱালী কোহ৷ পাব৷ দেখিবলৈ ভাল। খাবলৈ সোৱাদ আৰু গোন্ধ মনোহৰ, নলগাবা বেছি খাই পেটত জগৰ। ২০-ৰেল-গাড়ী। ঘৰ ঘৰ কৰি, ফোঁপাই-জোপাই যায় সউ ৰেল-গাড়ী।