সমললৈ যাওক

পৃষ্ঠা:কবিতা-কুসুম.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কবিতা-কুহুম। ২৫ পুৱতীয়া নিশা মাতে নিউ নিউ কৰি। হাবিত সোমাই থাকে নমনে চকুৰে, ৰাতি হলে উঠি ফুৰে হৰিষ মনেৰে। যেতিয়া উকলি দিয়ে শুনিবলৈ ভাল, পাখি মেলি উৰি যায় নকৰে কোড়াল। সৰু সৰু জীৱবোৰ পালে ধৰি খায়, ৰাতি পুৱালেই গ‍ই হাৰিত সোমায়।