গৰাকী যিজন প্ৰভু এই জগতৰ জোন, বেলি, আদি কৰি তেওঁৰে হাতৰ। ৬-জোনবাই। দেখিছানে আইকন সউ জোনবাই। অতপৰ ক'ত তাই আছিল লুকাই। ওলাল সাউৎ কৰি আহি ভমকাই, ৰূপোৱালি বৰণেৰে দিলে পোহৰাই। তৰাৰে আবৰি সৌৱা আছে স্বৰগত