সমললৈ যাওক

পৃষ্ঠা:কবিতা-কুসুম.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8 কবিতা-কুসুম। বিজুলী ডাকত কেনে বাতৰি পঠাই দিনৰ বাতৰি দিনে দিছেছি যোগাই এনে বিদ্যা যিটোজনে অৱহেলা কৰে। বৃথাই জীৱন সিটো সংসাৰত ধৰে॥ ৩—মাতৃ-ভক্তি। দহ মাহ দহ দিন ধৰি গৰ্ভত, সহিলে বহুত দুখ আমাৰ লগত। যেতিয়া দেখালে তেওঁ আমাক সংসাৰ। লভিলে মনত কেনে আনন্দ অপাৰ।