পৃষ্ঠা:কথা-গীতা.djvu/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কথা-গীত। গ্ৰন্থকাৰৰ সূচনা। শ্ৰীশ্ৰীকৃষ্ণায় নমঃ। যোগাতামৃতমুদ্দধাৰধিয়াং ভক্ত্যৰ্থিং কৰ্মিনা মুক্ত্যে প্ৰীতিসুখয় চিত্তশুচয়ে স্বাত্মৈকনিষ্ঠাত্মনাম্। নিঃশেযোপনিষৎপয়োধিহৃদয়াৎ সখ্যে কৃপাপূৰ্ণতঃ তং শ্ৰীকৃষ্ণমনন্তমচ্যুতমজং নন্দাত্মজং সংশ্ৰয়ে। প্ৰণম্য গোবিন্দপদাৰবিন্দ- মানসন্দোহসমৃদ্ধয়ে সতাম। হৃদীশ্বৰানন্তনিদেশলেশা- দগীতামৃন্ধেঃ কথয়ামি গাথাম্। জয় জয় পৰমানন্দ নন্দনন্দন পুৰুষোত্তম শ্ৰীকৃষ্ণ গোবিন্ধ গোপীনাথ কমলাকান্ত সুশান্ত পৰমেশ্বৰ তোমাৰ পদাৰবিন্দত কোটি কোটি প্ৰণাম কৰো। যাৰ নাম মাত্ৰে সকল জগতৰে পাপ হৰে, চিত্তকো নিৰ্মুল কৰে, পৰম জ্ঞান মিলাৱে, ভুক্তি মুক্তি হৰিভক্তিকে দেই, হেন দেৱকানন্দন শ্ৰীকৃষ্ণক প্ৰণাম কৰে। ব্ৰহ্মামহেশো যাৰ আজ্ঞা ধৰা, লক্ষমীয়ো যাক সততে সেৱা কৰা, হেন সৰ্বেশ্বৰ ভগৱন্তক প্ৰতি সহস্ৰ প্ৰণাম কৰে।