পৃষ্ঠা:কথা-গীতা.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
ষোড়শ অধ্যায়।

ইছায়ে প্ৰৱৰ্ত্তে তাৰ জ্ঞান সুখ মোক্ষে নঘটে। এতেকে তুমি কাৰ্য্য অকাৰ্য্যত শাস্ত্ৰক প্ৰমাণ মানি শাস্ত্ৰ বিহিত কৰ্ম্ম কৰিবাক যোগ্য হৱা। চিত্তশুদ্ধি সম্যক জ্ঞান মুক্তিৰ কৰ্ম্মে সে মূল। ষোড়শ অধ্যায়ত দৈৱ দৈত্য সম্পত্তিক বিভাগ কৰি তত্ত্বজ্ঞানৰ অধিকাৰী সাত্বিক জনৰ দেখাইলা।।

ইতি শ্ৰীভগৱদ্গীতকথায়ং ঘোড়শোহধ্যায়ঃ ॥ ১৬ ॥

 হে সাধুসব দেখ পাষণ্ডসবৰ আচাৰ প্ৰবৃত্তি। আক জানি কদাচিতো পাষণ্ডৰ সঙ্গক নধৰি ডাকি হৰি বোল হৰি।

বিহায়পাষণ্ডগণপ্ৰসঙ্গং বিধায়সৎসঙ্গমনসিদ্ধম্।
নিধায়চিত্তেসুচিৰং পৰেশং পিধায়দুষ্‌খং সমুপৈতবিষ্ণুম ॥