পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

  যোৰহাটৰ ঢেকৰগড়া নিবাসী বি.এচ.এন.এলৰ কাৰ্যবাহী অভিযন্তা, সমাজসেৱক শ্ৰীযুত চিত্তৰঞ্জন বৰুৱা আৰু টিয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী শ্ৰীযুতা জুনু বৰুৱাৰ সুযোগ্য সন্তান পিনাকপাণি বৰুৱাই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ২০০৯ চনৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে। ছাত্ৰাৱস্থাৰ পৰা সৃষ্টিশীল ৰচনাৰ প্ৰতি ধাউতি থকা, বিভিন্ন লিখনিৰে পুৰষ্কৃত হোৱা পিনাকপাণিৰ প্ৰথম গল্প সংকলন
এক ব্যৰ্থ যাত্ৰা’।

শব্দ
প্ৰকাশ

বেটুপাত: ৰণ্জিত গগৈ, শব্দ
৯৮৫৪৩ ৫৪৮০২, ৯৮৫৪০ ৪৪৩৯৭