পৃষ্ঠা:এক ব্যৰ্থ যাত্ৰা.pdf/৭৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 :অহ, ছৰি। মই একদম পাহৰি গ'লো খাবলৈ, ভেৰি ছৰি।- মিচিকিয়া হাঁহি এটা মুখত লৈ ক'লো। অলপ সময়ৰ পাছত বৰ্মন কথা পতাৰ অৱস্থাত নাথাকিল। পিছৰটো ষ্টেচনত গাড়ীখন ৰখোৱাৰ লগে লগে নামি গ’লো ডবাটোৰ পৰা। লগে লগে এক চিনাকি শান্তিৰ ভাৱে চুই গ'ল মোৰ মন।


এক ব্যৰ্থ যাত্ৰা/৭৫