পৃষ্ঠা:ঊষা-হৰণ.djvu/২৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শহুৰেকৰ প্ৰশ্ন—
  হৰিহৰ চক্ৰে  যো বীৰ উপজিল
    তাপিত কৰ্ণক বাপে৷
  হুতাশন তাপে   যো বীৰ উত্তৰিল
 সে বীৰ পৰিল কেমন বিপাকে?
বোৱাৰীয়েকৰ উত্তৰ—
  সৰ্ব্বধৰ তাধৰ তাধৰ বিপৰীত নাদে৷
  শীত পতি মিতক ভিতক পিতক গমনক বাধে
  অলি বাহন বাহন হামু গৈয়ো৷
  শশী বাহন বাহন ঠেক ভৈয়ো॥
  পবন সুতাসুত ভাগি গৈয়ো৷
  ৰবি সুত মম কৰে লাগি ৰৈয়ো॥


সুৰ অৰি ৰিপু মিতা, তাহান সেৱক পিতা
    বাহনক দেখি লাগে মনু।
তিনাক্ষৰ মনে কৰি, শেষাক্ষৰ বাদ কৰি৷
    তান বিনে দহে মোৰ তনু৷