পৃষ্ঠা:ঈশ্বৰলৈ অভিযোগ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আজলীতৰা নেওগ

‘আইদেউ’ লৈ

শ্ৰদ্ধা তৰ্পনৰ অঞ্জলি

 

আমাৰ শৈশৱতে হেৰাই গৈ
 তুমি সৰগৰ আজলীতৰা হ’লা;
  জীৱন বাটত খোজ পেলাওঁতে
   তোমাৰ উজ্জ্বল দৃষ্টিৰ পোহৰেৰে
    যেন বাট দেখুৱাই নিয়া।

আশীষ ভিক্ষাৰী
জোন