পৃষ্ঠা:আৰ্হি তিৰোতা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৵৹)


 মোৰ কোনো বন্ধুএ এই কিতাপখনিৰ প্ৰুফ সংশোধন কৰি ও ছবিৰ ব্লক দি সাহায্য কৰি মোক কৃতজ্ঞতা পাশত আবদ্ধ কৰিছে। সেই নিমিত্তে তেঁওক ধন্যবাদ জনাবৰ এই সুযোগ ললোঁ৷

 
হাৰ্মিটেজ,
কটক,
এপ্ৰিল ১৯১৯।
শ্ৰীস্বৰ্ণলতা ৰায়।
 
আৰ্হি তিৰুতা আৰু অন্যান্য ৰচনা॥ ৩৪