পৃষ্ঠা:আৰ্হি-চৰিত.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এটি
আৰ্হি-চৰিত
বা
৺ঘিণাৰাম বৰুৱা।

১। আধ্যা।

আতি-গুৰি।

 ব্ৰহ্মা (মান) দেশৰ ভিতৰত শ্যান প্ৰদেশ অহম বা আহোম সকলৰ আদি ঠাই। সেই প্ৰদেশত ইবিলাক টাই জাতিৰ এটা ঠাল আছিল। ৮৫০ শঁকত এই জাতিৰ খুন্‌লুং‌ আৰু খুন্‌লা‌ই নামে দুজন কোৱঁৰ উত্তৰৰ ফাললৈ উঠি আহি মুংৰিমুংৰাম নামে ঠাইত এখন ৰাজ্য পাতিলেহি। এই ঠাই