পৃষ্ঠা:আসাম-ভূগোল.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৮২ ) আসানৰ ভিতৰত দুটা মাজুলী আছে। পুত্ৰ পৰশুৰাম গোসাঁয়ে মাতৃবধ পাপৰ পৰা মুক্ত হবৰ মনেৰে এই মহাতীৰ্থত স্নান কৰে; তাতে তেওঁ মহাপাপৰ পৰা মুক্ত হয়। পূৰ্ব্বে এই জল বন্ধ আছিল, তেওঁ কুঠাৰেৰে পাৰ কাটি বোৱাই দিলে; তেতিয়াৰে পৰা ব্ৰহ্মপুত্ৰ নদী হৈ বৈ আহিল। এই স্থানেই আসাম দেশৰ ঘাই নদী ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থান। ৪২৩৪/অঃ অন্ত৷ ২১৮০/ আ: