পৃষ্ঠা:আসাম-ভূগোল.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

6 ১৮২৭ খ্ৰীষ্টাব্দত আসাম দেশ ইংৰাজৰ দখল হয়। প্ৰথম প্ৰমাণ ঃ—যেতিয়া কোনো জাহাজ দূৰৰ পৰ৷ পাৰলৈ আহি থকা দেখা যায়, তেতিয়া পাৰত থকা মানুহে আগেয়ে সেই জাহাজৰ কেৱল মাস্তুল টোহে দেখিবলৈ পায়। পাচে জাহাজখন যিমান ওচৰ চাপি আহে, ক্ৰমে তাৰ সকলো অংশ দেখিবলৈ পায়। পৃথিবী ঘূৰণীয়| নহৈ চাৰি চুকীয়া বা চেপেট৷ হোৱা হলে গোটেইখন জাহাজ একে- বাৰেই দেখা পালেহেঁতেন। এই দৰেই কোনে জাহাজ পাৰৰ পৰ৷ গলে, পাৰত থকা মানুহে তেতিয়া প্ৰথমে জাহাজৰ তলি, তাৰ পাচত মাজ, তাৰ পাচত মাস্তুলটীও দেখা নেপায়। 。 দ্বিতীয় প্ৰমাণ :—প্ৰথমে মাগেলীনে, তাৰ পাচ ড্ৰেক, কুক্ আদি নাৱৰীয়৷ পণ্ডিত সকলে জাহাজ উঠি, প্ৰথমে যি ঠাইৰ পৰা গৈছিল কোনো ফো জাহাজৰ মুখ নুঘূৰোৱাকৈ কিছুমাঁন দিনৰ পাচত