সমললৈ যাওক

পৃষ্ঠা:আব্ৰাহাম লিঙ্কনৰ বক্তৃতা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গোটেইদিনৰ হাৰভাঙা পৰিশ্ৰমৰ পিছত ৰাতি ম’মবাতিৰ পোহৰত বা জুহালৰ জুইৰ পোহৰত বহি হাতত যি কিতাপকেই পাইছিল তাকেই মনোযোগেৰে পঢ়িছিল আৰু তাৰ মাজেৰেই লিঙ্কনে শিক্ষাৰ বাটত আগুৱাই গৈছিল।