পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
আবিষ্কাৰ

ই এটা পৰীক্ষা। এই পৰীক্ষাৰ ফলাফল যেনেকুৱাই হওক, তাৰ পৰা মোৰ সংস্কাৰৰ বাটত এটা আলোকৰ ৰেখা দেখা পাম আৰু মোৰ আবিষ্কাৰ ভবিষ্যৎ সংস্কাৰকসকললৈ ৰৈ যাব।
 মাধৱৰ উত্তৰত মালৱিকা নিমাত হ’ল,মাধৱেও বিদায় ল'লে।