পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ পাঠ। আমি আখৰ লিখিব শিকিলোঁ। এতিয়া হাতৰ আখৰ লিখা অভ্যাস কৰোঁ। তলৰ শাৰী চাই লেখা। লিখা-পঢ়া শিক৷ ভাল কথা। তেহে আমি জন৷ বুজ৷ হম! আৰু উদ্‌গতি কৰিব পাৰিম! তেতিয়৷ আমাৰ দুখ গুচিব। অভ্যাসৰ বলত সকলো সহজ হয়। অভ্যাসৰ নৰ কৰ্ণৰ পথে কৰে শৰ।