পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কীৰ্ত্তন, দশম, ৰামায়ণ, মহাভাৰত এই- বোৰ পদ্যত লেখা। সেইদেখি এই পুথি বোৰক পদ-পুথি বোলে। ওপৰত দিয়৷ পদ্যটো মুখস্থ কৰিব৷ আৰু সুৰ লগাই গাবলৈ যত্ন কৰিব৷। ঘৰতে৷ পদ-পুথি পঢ়িলে সুৰ লগাই গাবলৈ শিকিবা।