পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৮ ] আনিবলগীয়৷ হলেও পোৱা যায়। আমি বহি নাথাকি বিহ-কৰম্ সূতাৰ কাম কমাৰৰ কাম, কাপোৰ বোৱা, সুত৷ কটা এইবোৰ কাম কৰিব লাগে। খেতিৰপৰাও বহু লাভ হয়। শাকৰ উৎসৱ ইয়াৰ বাহিৰে ধেমালি ৰং এইবোৰে৷ পাতিব লাগে। দৌল ভঠেলি ৰাজহুৱা৷ সভা, বৰনাম, যাত্ৰা ভাওনা মাল-ফুঁজ ইত্যাদি সময় মতে পাতি আমি আনন্দ উৎসৱ কৰিব লাগে। তেতিয়া আমি নিৰোগী উৎসাহী শিক্ষিত আৰু সুখী হব পাৰিম।