পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

0 ত্ৰয়োদশ পাঠ। শ্ব চিঠি-লেখা আজি আমি চিঠি কেনেকৈ লিখিব শিক্ষক মহাশয়ে লাগে শিকোহঁক। কত কি লিখিব লাগে বুজাই দিব। এতিয়৷ চিঠিখন পঢ়৷, তোমালোকে তলত দিয়া তাৰ পাচত চাই চাই লিখা। ন-পমুৱ৷ গাওঁ বৰ-পথাৰ পোঃ আঃ জিল৷—শিৱসাগৰ তাৰিখ ১ বহাগ ১৮৭২ শক প্ৰিয় শিক্ষক মহাশয়, তলৰ নামটো দেখিলে আপুনি মোক চিনি নাপাব কিজানি। তাহানিখন