পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ পাঠ। লোকেলবোৰ্ড একোখন মহকুমাৰ কাৰণে একোখন কৰ৷ হয়। লোকেলবোৰ্ড সভা গঠন এওঁলোকৰ কাম প্ৰধানকৈ তিনিটা৷ প্ৰথম, প্ৰাইমাৰী শিক্ষাৰ ভাৰ লোৱা, দ্বিতীয়, গাঁৱলীয়৷ মানুহৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়৷ আৰু তৃতীয় গাঁৱলীয়া আলি বাট তৈয়াৰ কৰি তাক ভাল কৰি ৰাখা। পানীৰ পুখুৰী নাদ আদি খনোৱ৷ আৰু হস্পিতাল পাতি দিয়৷ এই সভাৰ কৰ্ত্তব্য। এই দুটা কাম স্বাস্থ্য ৰক্ষাৰ প্ৰধান উপকৰণ।