পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম পাঠ ন+ধ=ন্ধ, ে ন + দ =না, বিন্দু স+ত+উ=স্তু, বস্তু পানী তপতোৱ৷ সকলোৱে দেখিব পোৱা৷ আগেয়ে যদি ভালকৈ হন কৰা নাই. এতিয়াৰপৰ৷ ভালকৈ মন কৰিব॥ ভাত ৰান্ধোতে বা চাহ তপতাওঁতে চাৰা। পানী তপত হৈ অহাৰ লগে লগে পানীৰ ওপৰৰপৰ৷ ধোঁৱাৰ দৰে কিছুমান বস্তু ওপৰলৈ উৰি যোৱ৷ দেখিব॥ তপত চাহৰ বাটিৰপৰ, তপত ভাতৰ