পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[১৮] (২) বাৰ মাহ (অসমীয়৷ ) বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি। আঘোণ পুহ মাঘ ফাগুন চৈতে সৈতে জানি থোৱা, মাহ বাৰটি॥ (৩) ক+ট==ক্ট, অক্টোবৰ ম+ব=ম্ব, অম্বৰ প+ত=প্ত, চেপ্তেম্বৰ বাৰ মাহ (ইংৰাজী ) জানুৱাৰী—৩১ দিন। ফেব্ৰুৱাৰী-২৮ দিন।