পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম পাঠ। ষ+ট=ষ্ট অষ্টম, আগষ্ট সাত বাৰ স+প=স্প, বৃহস্পতি। প+ত=প্ত, সপ্তাহ। দেও সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি। সাত দিনে এক সপ্তাহ এইদৰে লোৱা গণি॥