পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/3

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

আদিপাঠ৷


 

মাজ ছোৱা৷

 

 

সংযোগী আখৰ৷

 

 

ঙ্ক ফলা

 

ঙ ক ঙ্ক শঙ্কৰ, পঙ্কজ, ভয়ঙ্কৰ, মেজাঙ্কৰি৷
ঙ খ ঙ্খ শঙ্খ, টিঙ্খপ, পাঙ্খা৷
ঙ গ ঙ্গ সঙ্গ, মঙ্গল, ডাঙ্গৰ, ডিঙ্গি, হেঙ্গুল৷
ঙ ঘ ঙ্ঘ উপলঙ্ঘা, সঙ্ঘটন, লঙ্ঘন৷
ঞ চ ঞ্চ সঞ্চয়, কিঞ্চিৎ, কাঞ্চন, বঞ্চিত৷
ঞ ছ ঞ্ছ বাঞ্ছা, গুলঞ্ছ, বাঞ্ছিত৷
ঞ জ ঞ্জ বুৰঞ্জী, পঞ্জিকা, অঞ্জন৷
ণ ট ণ্ট  ঘণ্টা, বণ্টন, কণ্টক৷