পৃষ্ঠা:আদিপাঠ - মাজছোৱা.pdf/4

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২ ]

ণ ঠ ণ্ঠ কণ্ঠ, কুন্ঠিত, উৎকণ্ঠিত, কণ্ঠী।
ণ ড ণ্ড পণ্ডিত, পাণ্ডা, দণ্ড, গণ্ডপ, চণ্ডাল।
ণ ঢ ণ্ঢ সণ্ঢালনি, ষণ্ঢামাৰ্ক।
ন ত ন্ত মান্তি, কান্তি, শান্তি, বন্তি।
ন থ ন্থ পান্থশালা, মন্থন।
ন দ ন্দ দন্দ, সন্দেহ, সান্দহ, চন্দন।
ন ধ ন্ধ কান্ধুলি, বন্ধু, সন্ধিয়া, ৰন্ধা।
ম প ম্প খাম্পা, সম্পদ, চম্পা৷
ম ফ স্ফ লম্ফ, দম্ফ, সম্ফল।
ম ব ম্ব সম্বাদ, প্ৰলম্ব, অম্বিকা, বিম্বাশবদে।
ম ভ ম্ভ দম্ভ, আৰম্ভ, সম্ভৱ।
ঙ ক্ষ ঙ্ক্ষ আকাঙক্ষা।

 

বোকাত গজে বাবে পদুমক পঙ্কজ বোলা যায়
পূজাৰীয়ে পূজা কৰোতে শঙ্খ বজায়।
বেয়া মানুহৰ লগত সঙ্গ নেপাতিবা।
গুৰু জনৰ কথা উপলঙ্ঘা নকৰিবা।
কিঞ্চিৎ কৰিবা, বঞ্চিত নকৰিবা।