সমললৈ যাওক

পৃষ্ঠা:আত্ম-পৰিচয়.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষয় দেহ-তত্ত্ব ... জীবাত্মা ও স্থূলদেহ প্রকৃতি আৰু পুৰুষ ব্রহ্মা, বিষ্ণু ও মহেশ্বৰ সূচীপত্ৰ ৷

পৃষ্ঠা। ১ প্রলয় কালে জীৱ ধ্বংস হয় নে নহয় জীৱৰ বিশেষ বিবৰণ ... প্ৰলয়ান্তে জগৎ আৰু জীৱৰ পুনঃ প্রকাশ পুনর্জন্ম · স্বৰ্গ নৰক আৰু জন্মান্তৰ গ্ৰহণ উদ্ভিদৰ আত্মা আছে নে নাই পশু-পক্ষীৰ আত্মা আছে নে নাই নিদ্রা-তত্ত্ব মৃত্যু S ১২ ১৬ 2. 28 2१ 3333 ৩৬ Nanda Mohan Talukdar P. O. Sorbh og Dated................ Kamrup Barnagar School nda Mohan Taluk car CLASSV আত্ম-পৰিচয় । প্রথম অধ্যায় । প্রথম পৰিচ্ছেদ ৷ দেহ-তত্ত্ব। শাস্ত্রমতে ;—নিৰ্ম্মল, পূর্ণ, সচ্চিদানন্দ, অসঙ্গ, নিৰহঙ্কাৰ, শুদ্ধ, সত্য আৰু অজ পৰমাত্মা বা ব্রহ্ম অবিদ্যা সংযোগে জগতৰ কর্তৃত্বৰ ( স্বামীত্ব ) ভাগী হই থাকে। তাৰ সত্ত্ব, রজ আৰু তমো গুণময়ী অনিৰ্ব্বচনীয়া পৰিণামিনী মহাবিদ্যা শক্তি ৪৮ ত্রিগুণ, মায়া আৰু পঞ্চভূত ও ইন্দ্রিয় সকল । আছে। সত্ত্বগুণ শুক্লবর্ণ–ই সুখ আৰু জ্ঞানৰ কাৰণ; রজোগুণ দুখাস্পদ ই রক্তবর্ণ আৰু চঞ্চল স্বভাৱ; তমোগুণ কৃষ্ণবর্ণ ই জড় ও সুগাদি বর্জিত। পৰমব্ৰহ্ম স্বতঃ উদাসীন হলেও তেওঁৰ ত্রিগুণাত্মিকা যায়৷ শক্তি সংযোগৰ কাৰণে জগতত অনেক প্ৰকাৰ জীৱৰূপে পৰিণত হয় ।