সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি সনাতন হিন্দু-ধর্ম্ম, বাহ্ম-ধৰ্ম্ম, न মুলমন-ধন্ম, খৃষ্ট ধৰ্ম্ম প্রভৃতি বহু ধৰ্ম্ম দৃষ্ট হয়। তাৰ ভিতৰত সনাতন 'ছন্দু ধর্ম্মই এই মানকল চলি আহিছে। মা েসময় বিষমী ৰজাৰ দিনত সেই সনাতন হিন্দু ধৰ্ম্মৰ মতা বিপ্লৱ উপস্থিত কেছিল। কিন্তু পৰমেশ্বৰৰ অনুগ্রহত সেই ধৰ্ম্মই সকলে৷ বিন্ন পৰিচাৰ কৰি কপি বিস্তাৰ কৰিছিল गान সময়তে পাশ্চত্য শিক্ষক শিক্ষিত কিছুমান লোকে এই পূৰ্বৰ পুৰুষাচৰিত কৰ্ম্মর তন্বি নাৰাখি অন্যান্য ধর্ম্মত দীক্ষিত হৈছে আৰু কোনো কোনোরে অনান্য ধৰ্ম্মত দীক্ষিত নহলেও নান - : : সোৰে প'ৰছায়া শক মুক্তকণ্ঠে প্রকাশ কৰে। তার ছিন্ন যিবিলাক সনাতন হিন্দু ধৰ্মী লোক আছে, তাৰ ভিত অধিকাং এটি পাশ্চাত্য শিক্ষাৰে শিক্ষিতৰ মুখাপেক্ষী। সেই নিমিত্তে তেওঁলোকে অনা ধৰ্ম্মাবলম্বীবি কিক তীব্ৰ প্ৰতিবাৰ ক'ৰ সনাতন ভিন্দু-ধৰ্ম্মলৈ জোৰ কৰি আনিব নোৱাৰে যদিয়োবা কোনো মনস্বী হিন্দু-ধর্মীয়ে তেওঁলোকক হিন্দু-ধৰ্ম্মৰ বিষয় কিছু কবলৈ যায়, তেন্তে তেতিয়া তেওঁলোকৰ কথাত আওকাণ কৰি পুৰস্কাৰ স্বৰূপ কিছুমান ব্যঙ্গোক্তি প্ৰদান কৰে । বাস্তবিক সনাতন হিন্দু-ধৰ্ম্মৰ ভিতৰত যে কি সাধু ভাব নিতি আছে, তাক সুক্ষ্ম বিচাৰেৰে বুজিব পাৰিলে তাৰ প্ৰতি কোনোৱে অনাস্থা