সমললৈ যাওক

পৃষ্ঠা:আচাৰ বিজ্ঞান.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাচাৰ বিজ্ঞান নিৰ্দ্ধাৰণ কৰিলোৱা সঙ্ক সাথে উচিত। সেই নিমিত্তে পুর্বেই কোৱা হৈছে যে, যি কাৰ্যাৰ যি কাল উপযুক্ত তাক বহুদর্শী খাসি সকলে চাই চিন্তি আমাক সেই কাম সেই কালত কৰিবলৈ উপদেশ দিছে। এতিয়া কৰা হৈছে যে ঋষি সকলে মল মূত্ৰ পৰিত্যাগৰ কাল প্রাতঃকলিক কিয় কলে । কিছু কাৰ্য্য কৰাৰ পিচত মল মূত্ৰ এই বিষযে কব পাৰা যায় যে পৰিষ্কাৰ ৰূপে পৰিত্যাগৰ সম্ভাৱনা 1 খুব কা । কাৰণ অইন কাৰ্য্য কৰাত মস্তিষ্ক পৰিচালনা নহৈ অৱশ্য থাকিব নোৱাৰে, সেইযে হবে অপান বায়ু উদ্ধৃবর্গ হয়, আক আংশিক ভাবে মল মুত্ৰৰ ৰস সমস্ত শৰীৰত সোমায । সেই কাৰণে সিবি- লাকে বেলি হোৱাত বা অন্য কাৰ্য্য কৰাৰ পিচত নন ত্যাগ কৰে, গিবি - লাকৰ মল কঠিন হ। থাক দান্ত পৰিষ্কাৰ ও নহয়। অনেক সময়ত দাপ্ত পৰিষ্কাৰ নথকা মানুহৰ মনৰ ৰা অধিক পৰিমাণে সবহা নাড়ীষে শৰী ৰত দুযোৱা বাবে শৰীৰত দুৰ্গন্ধ পোৱা যায় । অনভ্যাসীবিলাকে কিছুমান দিন ব'তি পুৱাই উঠি মল মূত্ৰ পৰিভাগ কৰি চালে বুজিব পাৰিব যে সেই সময়ত দাস্ত পৰিষ্কাৰ হয় নে নহয় । জাগ দিনত সকলোৱে আৰু আজি কাপি হোজা শ্ৰমজীৱীবিলাকে ৰাতিপুৱাই উঠি হল - মূত্ৰ ভাগ কৰি বেলি হোৱাত গল ভ্যাণ কৰা বাবুৰিলাকতকৈ অনেক পৰিমাণে প্ৰসন্ন মনেৰে কাৰ্য্য কৰিশি ও ববে। এই কথা মিছা বুলিব নোৱাৰে । তেনেহলে ইয়াৰ দ্বাৰা এইখিনি ঠিক হল লে বাভিপুরাই প্রাত: রুত্য আচৰণৰ পিচত নন ও শৰীৰ সুস্থ ৰাখিবৰ অৰ্থে আৰু দাস্ত পৰিষ্কাৰ ৰাখিবৰ অৰ্থে মল-মুৰ ভাগ কৰিব লাগে । এতিযা তাকে কৰাত কি কি নিমন বশবৰ্ত্তী হব লাগে, সেই ৰিষয়ব