সৌৰ মাৰ্গৰ পৰা ঘূৰি আহি জনমিব পুনু এটি নিচলা জীবন বহু যুগ যুগান্ত শেষত। হব তেনে শেষ অতীতত সকলো জীৱৰ এটি ৰূপ জ্ঞান বুদ্ধি সকলোৰে ফুটি উঠা একেটি স্বৰূপ।