পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰঞ্জী নাতি চুপুংমুং কোঁৱৰক ঐঃ ১৬৬৩ চনত ৰজা পত হয়। আহোম ৰাজসিংহাসনত উঠাৰ পাচত, তেও হিন্দুমতে চক্ৰধ্বজসিংহ নাম লয়। তেওঁৰ ৰাজত্বৰ কালত মৰাণ- বুঢ়াগোহাঞি ফৈদৰ নাওবৈচা ফুকনক মাৰি বাঁহগৰীয়া আন গোহাঞিক বুঢ়াগোহাঞি ভাঙ্গৰীয়াৰ বিষয়-বাৰ দিয়া হয়। | মগা আৰু নিৰিৰ বিদ্ৰোহ:-১৬৮৫ খ্ৰীষ্টাব্দত বাদীয়া নগাই বাৰীয়া নোক আক্ৰমণ কৰেহি। ৰাণৰীয়া বিলাকে সেই আক্ৰমণ সহিব নোৱাৰি, আহোম দেৱত সহায় ভিক্ষা কৰেহি। সেই প্ৰাৰ্থনা মতে, এদল অসমীয়া সেনা গৈ উলটি অহাৰ পাচতে, সিহঁতে পুনঃ বাপৰীয়াক আক্ৰমণ কৰিলেহি। এইবাৰ বানচলীয়াহঁতক একেবাৰে তলতীয়া কৰি, সিহঁতৰ চাং দখল কৰিবৰ নিমিত্তে অসমীয়া সেন পঠিওৱা হয়। সিফালে নগাহঁতেও বিশেষ আয়োজন কৰি লৈ ফেৰ পাতি ধৰিলে। শেহান্তৰত, নগাইত ৰণত ঘাটি শৰণাগত হলহি, আৰু তেতিয়াৰপৰা বানপৰীয়া আৰু বানদীয়া নগা সম্পূৰ্ণকৈ আহোম ৰজাৰ তলতীয়া হ'ল। সেই উৎপাত থমাবলৈ আহোম ৰজা ব্যস্ত হৈ থকাৰ সুবিধা লৈ মিৰিহঁতেও ভফল আৰু চুটিয়াৰে সৈতে লগ লাগি এটা বিদ্ৰোহ তুলিছিল। কিন্তু, তাৰ নোখাই ইফালে আহোম জায়গা আয়োজন কৰাত, ৰণ-বিগ্ৰহ নোহোৱাকৈয়ে সেই বিদ্ৰোহ আপুনি মাৰ গ'ল। মুছলমানৰ ১২শ আক্ৰমণ বা শৰাইঘাটৰ ৰণ | মগদেৱ জয়ধ্বজসিংহই মিৰজুমাৰ লগত যুদ্ধত ঘাটি গড়গাঁৱত কৰা সন্ধিৰ সূত্ৰ মতে, ৰমণী গাভৰ যৌতুকত দিয়া ধন-বস্তুত বাজেও, বছৰি ২টা হাতী শোধাবলৈ আৰু পেচকচৰ বাবে তিনি লাখ টকা চই দিবলৈ স্থিৰ হৈছিল। পিছে, বৰ্গদেৱে তেতিয়াই পেচক আৰু হাতী সমুদায় উচল কৰি শোধাব নোৱাৰাত, ১৯••• টকা আৰু ৫টা হাতী দিবলৈ বাকী থাকে। স্বৰ্গদেৱ চক্ৰধ্বজসিংহৰ দিনত সেই বাকী থকা পেচকচ, পাধি গুৱাহাটীৰপৰা মুছলমানৰ ফৌজদাৰ ফিজখাই কটকীৰ মূখে আহোম ৰজালৈ টান কথা কৈ পঠিয়ালে। (১) চক্ৰধ্বজসিংহ বৰ সাহসী আৰু অভিমানী ৰা আছিল; তেওঁ মুছলমানৰ বৰকথা সহিব নোৱাৰি, বাকী থকা চই নিদিওঁ বুলি, যুদ্ধ দিবলৈ প্ৰস্তুত হোৱাত, আওৰেৱে বাচাহে দুৰৰে আকৌ অসম দেশ আক্ৰমণ কৰিলে। পোনতে, এখন ৰণত মুছলমানৰ আয় হয়। তাৰ পাচত, চৈয়া চানা আৰু চৈয় ফিক সেনাপতি লগাই মুছলমানে বহুবাড়ী, কাজলিমুখ, ইটালি, বৰনদীমুখ আৰু গুৱাহাটী এই পাঁচ ঠাইত বুক দিয়ে। সেই আটাইকেইখন ঘূতে আহোমৰ হাতত মুছলমান বিষমৰূপে ঘাটিল। সেই ৰণৰ আহোম সেনাপতি মহাবীৰ লাচিত (১) যে কোৱৰে মুছলমানক মানাহামুখলৈকে খেদি নি, তাৰপৰা সৈয়দ চানা নাৰ চৈয় ফিক শী | (১) “পৰে বাসা চাইপ ‘শিগাওঁ ষ্টা’ অহাত পা টা আলতানে খালান পাত ওপৰে লিখি দিলে যে আমাৰ কৰণীয়া হল, এ কাজে লিপা মাতি বিহু বুকে কা। এত মেয়ে আপনাৰ পালা। | ( লাচিত “যে গজব না। নীল