পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


সমৰ বুৰঞ্জী উপ (); ১৫৬৯ খ্রাজত মহাপুৰুষ শঙ্কৰদেৱৰ তিৰােৱ ; ১৫৭০ খ্রীষ্টাব্দত ৰাজ্যজুৰি বসন্ত ৰােগৰ প্রকোপ ; ৫৭৬ খ্রীষ্টাব্দত নৰা-ৰজাৰ আক্ৰমণ (e); ১৫৯৬ ষ্টাৰত অয় ভূমিকম্প এইবিলাক ঘটনা প্রধান। ইয়াত বাজেও, স্বৰ্গদেৱৰ সাংসাৰিক জীৱনত সততে সুখ-শান্তি মুগুচিছিল। | চুচেং বা বুজিনাৰায়ণ বা প্রতাপসিংহ:স্বৰ্গদেৱ চুখামাৰ পাচত, তেওঁৰ বৰপুত্র চুচেংফা কোৱৰ, খ্রঃ ১৬১১ চনত, আহােম ৰাজসিংহাসনত উঠে। তেওঁ স্বয়ং প্রচণ্ডভাৱে বৰ-বিগ্রহাদি চলােৱাৰ বাবে তেওঁক প্রচণ্ডসিংহ বা প্রতাপসিংহ, আৰু মহা বুদ্ধিমত্ত আছিল কাৰণে, হিন্দুমতে তেওঁক বুদ্ধিস্বৰ্গনাৰায়ণ নাম দিয়া হৈছিল; বুঢ়াকালত ৰা হােৱা বাবে তেওঁক বুঢ়া-ৰজা নামেৰেও জানা যায়। তেওঁৰ ৰাজৰ কালত থকব বুঢ়াগােহাঞি ভাদৰীয়া আৰু মৰাণৰ বুঢ়াগােহাঞি থাওক ভাঙ্গৰীয়াৰ দ্বিতীয় পুত্ৰ ককাই গােহাঞিবৰুৱাৰ বংশৰ লাকো বৰপাত্ৰগােহাঞি-ডাৰীয়া এই দুজনাই ক্রমান্বয়ে প্রধান মন্ত্রী বাব পাইছিল (১)। মুছলমানৰ ৯ আৰু ১০ম আক্ৰমণ-বুদ্ধিস্বৰ্গনাৰায়ণ স্বৰ্গদেৱৰ ৰাজত্বৰ কালতে মুছলমানৰ । আৰু ১০ম আক্রমণ হয়। এই দুই আক্রমণে কেনেকৈ কোচ ৰাজ্যত তােলপাৰ লগাইছিল, আৰু অসমীয়া সেনাই মুছলমানক যুদ্ধত ঘটাই কেনেকৈ কৰভােৱালৈকে ৰাজ্য বিস্তাৰ কৰি, কোচ ৰা বলিতনাৰায়ণক ধৰ্মনাৰায়ণ নাম দি আমাৰে অধিকাধিক প্রতিপােট চলি গৈছে; এই জানি তােৰাৰ আমাৰ দুই ৰাতে কুশলে যেনেৰূপে ৰবিৰ, সেইকালে আগুৰি নিৰয় কৰি লওক, আমাকে দিওক। এই কথা শুনি যেমনে সর্বজনে প্রশংসা কৰে, কে আচৰিষ। পাচে, কোচ যাও আঁতি হৈ লােহিতে আপােনাৰ দেশলৈ ভটিয়াই গ'ল। আমার সৈয়ও যাৰ ঠাইৰপৰা উলটি আহিল।” -“দেওধাই অসম বুৰঞ্জী, ৪২ পৃষ্ঠা। | ( কাদেৱে তিনজনা ডাৰীয়াৰ পঠাই চিতালত গড় জিব দিলে; আৰু বৰগােহাঞি পৰী লা লাৰু ৰা-নেওগ পাতিলে। এনেতে ফুটিয়াই আহি আমাৰ খেৰে, নামই ৰা গজিলেছি। পাচে যার দায়ে চুলেং তিপামৰ গৈ চুটিয়ে যুদ্ধৰিলেগৈ। জিপাম-উহাতীত চুটিয়াই তিনিপাত কাড় মাৰি গালত বলে নােৱ হেন দেখি তিপাম- দিহিং পাৰ হৈ ইহ আহিল।” -“ লেই অসম বুৰঞ্জী, ৩৬ পৃষ্ঠা। | (৩) “মেয়ে চিকিৎসকলৰ হাতত জোৰণ দি (লোৰণৰ সােণৰ খাৰু এখােৰ, কলি যােব, পল বিৰি মুখৰ, ডিজি চেও দুধা, হাতৰ চেও যা, বাখৰাম আজ ১লা ১০, ভৰিৰ চে ২ কাপােৰ মাজ) মৰাজাৰ ওচৰত জীয়ৰী খুজি পঠালে। নাইহাজী ১, বোন, বেশী ১২, আৰু অনেক ন্তু যৌতুকত দি নিজৰ জীয়েক গাভৰুৰাক আহােম স্বৰ্গৱত বিয়া দিবলৈ পঠালে। এইবাৰোই ৰ মাজত মিত্রতা সূচতৰ হল। পিছে, ১৯৯৮ শত আহােম মেয়ে মাৰ জীয়েকক চুলাই জানিবলৈ তিনি চিৰিং পঠালে। মাই গম পাই সেই তিনি চিৰি কটাক মাতি আনি বুলিলে পুলিশ-পুও দিনত এনে কথা নহল, এতিয়া শিকি এনে কথা? হাতীৰ ওলালে ফুলে বিকি সােনা? ভাল লােচন এনে নালাগে। পূৰ্বতে আপােনাৰ নীৰ দিন। এতে যে ৰু পৰাই নিৰলৈ আমি। তােৰ এনে অযােগ্য ৰন শিকাৰ পাশে। এই নি তিনি । মুন্তু টি আগ-মাল ফোরটিলাৰ দিলে। পারে নাই আহােম ৰাৰ , খেৰে, নাম গৰিলেহি। সেই আশাতে বিলি কাৰত এখন জ্ঞাময়ৰ লাগিল; বলা যায় কিন্তু পৰিল। মালা গখি ম পর্ষত ল।” -“দেখাই যুষ, ৮, ৯,৫০া । (১) বিল - যু গ ।