পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমৰ বুৰঞ্জী ৬। কমাৰীৰণ-১৫৩১ ষ্টাৰত আহােম ৰজাই তিপাম-ৰজা, চাৰিং-ৰজা, নামপীয়া ৰজা, সানা গােহাঞি আৰু তা-ভাঙ্গৰীয়াসকলক সসৈন্যে পঠিয়াই মৰতি এটা কোঠ মৰায়। সেই কথাত অসন্তুষ্ট হৈ, কছাৰী ৰজা খুখৰাই কোঠ ভাঙ্গি আহােমৰু তাৰপৰা খেতি দিবৰ কাৰণে ভায়েক নেওচাক সসৈন্যে পঠিয়ায়। মৰক্ষিত দুয়ােপক্ষৰ মাজত এখন তয়াময় ৰণ লাগে। ৰণত কছাৰী ঘটিল। নেওচা চাৰিং ৰজাৰ হাতত কটা গ’ল। বাকী কছাৰী সেনাপতি আঠজনে আঠখন হেগদান এৰি ৰণত মাটি পলাবলৈ ধৰিলে। আহােম সেনাই সিবিলাকক খেদি নি কছাৰী ৰাজধানী ডিমাপুৰ নােমালেগৈ। তাতত এখন ডাঙ্গৰ ৰণ লাগিছিল। কছাৰী ৰজা খুখৰ সেই ৰণত ঘাটি পলাত, আহােম সেনাপতিয়ে নেওচুং নামেৰে এজন কছাৰী কেঁৱক ভিমাপুৰত ৰজা পাতি, তেওঁক আহােম ৰজাৰ কৰ-কাটলীয়া ৰজা কৰিলে । (১) ৭। মুছলমানৰ ৬ষ্ঠ আক্রমণ বা দিকৰাইমুখৰ ৰণ:-যােৱা বাৰত জয়ী হৈ মন বঢ়াত, তুৰ্বক, ঐঃ ১৫৩২ চনত, আকৌ অসমদেশ আক্রমণ কৰিবৰ উদ্দেশ্যে কলিয়া ৰলৈকে উজাই আহে। সেই ছেগতে পতিবৈৰীক প্রতিশােধ দিয়াৰ প্ৰতিজ্ঞাৰে ফাচেংমুঙ বৰগােহাঞি-ছাৰীয়াৰ বিধবা ভাঙ্গৰীয়ানী মূলাগাভৰু নিজে ৰণলৈ ওলাল ২)। মুছলমানে ভাঙ্গৰীয়ানীৰ সাহ আৰু ৰণকৌশল দেখি বিস্ময় মানিছিল ! শেহান্তৰত, তেওঁ সেই ৰণতে প্রাণ দি মনৰ হেঁপাহ পূৰলে; আৰু তেওঁৰ জ্বলন্ত উৎসাহৰ পটন্তৰে আহােম সেনাক চতুর্থণে উৎসাহিত কৰিলে। স্বৰ্গদেৱেও এইবাৰ যুদ্ধৰফালে ভালকৈ মন দিছিল। আক, নতুনকৈ পতা কনচেং বৰপাত্ৰ ভাঙ্গৰীয়াক এজাক তেজী সৈন্যৰ সেনাপতি পাতি মুছলমানৰ লগত ৰণ দিবলৈ পঠিওৱা হ'ল। দিকৰাইমুখতে দুয়ােদলৰ টোর্ভেটি হয়, আৰু তাতে কনচেং ডাক্ষৰীয়াৰে সৈতে পাঠানইতৰ এখন ঘােৰতৰ ৰণ লাগিল। এনেতে, বৰপৰা চৰখা নবাবে তুৰ্ব্বকৰ লগত যােগ দিলেহি। স্বৰ্গদেৱে সলা আৰু দুইমুনিশিৰপৰা ৰণৰ দিহা দিলেহি। ইতিছেগত তুৱকৰ দাচু নামেৰে নৰ এটা মোৰা এফৈৰে সৈতে আগবাঢ়ি খেদি আহিল। পাচে, আমাৰ লােকে কাটি- খুচি *ঢ়িয়াই ৰিৰ খোৰা মাৰিলে; তাতে তুৰ্বকৰ হচন খ ৰজাক পাই কাটিলে।” ৩) পিচে, মুছলমান সেনাই কনচেং আৰীয়াৰ ৰিক্ৰমৰ আগত সৰহ পৰৱৰিব | (১) মেলে, হাতী, পকো কাপােব না, মাকৈ এশ, তাও কাপােৰ এণ, পানীমালি এখন—এইবাের অন্য আমি কী দেখা যায় তাকে আহি দেয়ৰ চৰণত সেৱা কৰিছে। মুই শীয়ে এই বুলি - সাত-সো কৰিলেহি; পা চাপি আহি পাও চুই সেৱা কৰিলেহি। কাজ ই চ গতি দিলে, সিও তাৰ মাৰাত তুলি লীল। অজান্তে সােণৰ আগটো তা সােলােকাই মিলে।” -“ নেই অসম বুৰঞ্জী”,২৫ পৃষ্ঠা। (২) “পাচত, সিতে দিনে দিনে বোৰ মেলি আমাৰ মানুষ- লেছি। পাচে শর্মা যাবাকাসলে সতি গড় পাৰ হৈ দেখাইৰ কথা শুনি তাক ৰাতিলৈকে খেৰি দিলে। পাক তুকে গণৰা ওলাই বিলেছি, আমাৰ মানুহ খেদি নি কপিলী গঙ্গাত পেলালে নি। গলাৰ গত ও পাগিল; যে পৰিল। কাচে মুখি, যি, যি পৰিল। ম পানি কৰিলে। পাচ, গাকে কাছে পৰি বেশি । গাত পৰিল।” -পুৰণি হােম বুৰী। ৬ তে (বি )পােজাল নোটা, এ লি খােল মিত গ