পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰঞ্জী চিলাৰায়ে এয়তীয়া ৰা আক্ৰমণ কৰি, তাৰ বাৰু নিজ হাতে ৰধ কৰে। তাৰ পাচত, কোচ-ৰজা নৰনাৰায়ণে সেই ৰজাৰ পুতেকক পিতৃ-সিংহাসনত তুলি তেওঁৰ কৰণীয়া মজা পাতিলে। তাৰপৰা গৈ, চিলাৰায়ে ত্ৰিপুৰ ৰকাৰে সৈতে যুদ্ধ পাতে, আৰু তাৰ মাক ৰণত ৰুৱাই, জয়ন্তীয়া ৰজাৰ দৰে, নিজ হাতে ৰধ কৰে। পিছে, সেই ৰজাৰ ভায়েক ১•••• টকা ৰূপ, ১•• সোণৰ মোহ নাক ৩০ টা ৰণৰ যোৰা বছৰি কৰ শোধাৰলৈ মাতি কৰাই, কোচ-ৰাই তেওঁক নিজ সতীয়া ৰজা পাতি থলে। সেই সময়তে, নয়ন্তাৰ অন্তৰ্গত থৈৰাম ৰাজ্যৰ ৰজা বীৰ্যই সেনাপতি চিলাৰায়ৰ ৰাহবগত নৰনাৰায়ণৰজাৰ প্ৰৱল প্ৰতাপৰ সন্তে পাই, যুদ্ধ পাতিবলৈ নৌ পাওঁতেই, বছৰি ১৫•••• টকা ৰূপ, •• সোণৰ মোহ,• টা যে, ৩০ টা হাতীৰে সৈতে পেকচ, শশধাবলৈ গাত লৈ, নিজক কোচ ৰজাৰ কৰ-কাটলীয়া ৰা বুলি স্বীকা কৰিলে। সেই সন্ধি হৈ যোৱাৰ পাচত, চিলাায়ে ডিমুৰীয়া ৰাজ্য আক্ৰমণ কৰি তাৰ বক বন্দী কৰি আনে,; নৰনাৰায়ণ ৰজাই তেওঁৰপৰা ৭০০০০ টকা ৰূপ লৈ তেওঁক শৰণীয়া ৰ পাতি এৰি দিয়ে। সেই সময়ত হট্টৰ ৰজা বৰ পৰাক্ৰমী বুলি প্ৰখ্যাত আছিল। নৰনাৰায়ণ ৰজাই তেওঁকো তলতীয়া ৰজা পাতিবৰ মনেৰে তেওঁৰ ওচৰলৈ কটকী পাচিলে। পিচে, শ্ৰীহট্টৰ ৰজাই কোচ- ৰৰ সজি প্ৰস্তাৱ সদৰ্পে দলিয়াই পেপোত, নৰনাৰায়ণে যুৱৰাজ চিলাৰায়ক এজাক তেজী সেনা যুগুত কৰি দি,শ্ৰীহট্ট ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ায়। শ্ৰীহট্টৰ ৰজানো সিফালে বিপুল আয়োজনেৰে সৈন্য-সামন্ত যুগুতকৈ লৈ সাজু হৈ আছিল। দুয়ে পক্ষৰ মাজত ঘোৰতৰ যুদ্ধ আৰত হ'ল। মহসিন একেৰাহে যুচলিষই লাগিছে, অসংখ্য সৈন্য নিপাত হৈছে, কিন্তু কোনো পক্ষৰ জয় হোৱা নাই। মহাতেজী বীৰবাহ চিলাৰায়ৰ পকেই অতিকৈ অসহনীয় হৈ উঠিল। তেওঁৰ ৰীৰতে তিসিৰে ববলৈ ধৰিলে; মদত উন্মত্ত হৈ চিলাৰায় চিলাউদি উৰি খোলা তৰোৱালেৰে শত্ৰুৰ মাজত সোলগৈ। চিলাৰায়ৰ সাধাৰণ ৰীৰতেজ দেখি শত্ৰুপক্ষ কান্তিত হ’ল; চকুৰ পচাৰতে তেওঁ ভালেমান সেনা-সেনাপতিক বধ কৰি, সদৌশেহত হট্টৰ ৰজাক নিজ হাতৰ অন্তৰে খণ্ড খণ্ড কৰি ৰধিলে। যুদ্ধ নামৰণত, হট যাৰ ভায়েক অসিৰায়ে চিলাৰায়ৰ লগতে নৰনাৰায়ণৰ ৰাসলৈ আহি কোচ ৰাৰ শৰণাগত হ’ল। কোচ-ৰাজক তেওঁ বছৰি ২০ টা যোৰা, ১০ টা হাতী, •••••• টকা , ১০০০ সোণৰ মোহৰেৰে পেচ, শোখাৰলৈ মাতি হোত, নৰনাৰায়ণে অসিৰায় ককায়েকৰ ৰাজ্যতে এমন শৰণীয়া বা পাতিলে। | ১৫৩৬ চনত, চিলাৰায়ে পুনৰণি আহোৰ ৰাজ্য আক্ৰমণ কৰেহি। আগৰ ৰাৰ সহিত খোৰা ৰাৰ প্ৰবঞ্চনাই এই আক্ৰমণৰ মূল কাৰণ। আহোম ৰজাৰ্গদেৱ চুখা মূত মাটি গতলৈ পলাই যায়। ফলত, চিলাৰায়ৰ প্ৰভাৱমতে, গম কোৱ আৰু বৰগোহৰি অভিজাক আপটু গোহাঞিবৰক মূখ্য কবি, সকলে পাত্ৰী ৰ একোখন তো বন্ধু দি, চুখা স্বৰ্গদেৱে শটি কমান্ড, চিলাৰায় নিজ দেশলৈ দিল। এই বিষয়ে কোন বাত বহলাই কোৱা হৈছে। ওপৰত কোৱাৰ পৰে, চাৰিওফালে দিবিজয় কৰি মন গড়, নালায় যাই