পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কোচ ৰা নাৰায়ণ-বিশ্বসিংহৰ লোকাৰৰ সময়ত, মন্ত্ৰীসকলৰ উপদেশমতে, মলদেৰ আৰু ধৰে কিছুকাল কাশত ব্ৰহ্মানন্দ নামেৰে এজন সাধক তপশী পণ্ডিতৰ ওচৰত শা িঅধ্যয়ন কৰিছিলগৈ। ইফালে সিবিলাকৰ অনুপস্থিতিত, ছেগ বুজি, ককায়েক নসিংহই পিতৃ-সিংহাসন অধিকাৰ কৰে। সেই বাতৰি পোৱা মাকে মদেয় না হে নিজৰ ৰাজধানীলৈ উলটি নাহি নসিংহৰে সৈতে যুদ্ধ পাতিলে। নৰসিংহ যুত ঘাটি মৰাংদেশলৈ পলাই যায়। মলদেৱ আৰু শুৰুতে ভালৈকে তেওঁক খেদি গৈ, সেই দেশৰ কাৰে সৈতেও যুৱ পাতিলে। মাংদেশৰ ৰা যুদ্ধত ঘাটিত, নসিংহ নেপালৰ ৰজাৰ শৰণাগত হয়গৈ। নেপালৰ ৰাও মঙ্গদেৱ আৰু গুৰুজৰ হাতত পৰাজিত হোৱাত, নৰসিংহ তাৰপৰা কাশ্মীৰ দেশলৈ পলাই যায়। মদেৱ আৰু শুৰুতে সিমানতে নৰসিংহৰ পিচ এৰি, নিজৰ ৰাজ্যলৈ প্ৰত্যাগমন কৰে। নৰসিংহক খেদি থৈ আহি মলদেৰে, নৰনাৰায়ণ নাম লৈ, ঐ ১৫৩৪ চনত, কোচ- ৰাজপাটত উঠি ৰা হ'ল, আৰু ভায়েক এ ক চিলাৰায় ন ম দি যুৱৰাজ পাতিলে। নৰনাৰায়ণে ৰাজকাৰ্য্য হাতত লৈয়েই পিতৃৰাজ্য বহলাবলৈ মন মেলিলে। তেওঁ পোন- প্ৰথমে পিতৃবৈৰী আহোম ৰজাৰ ৰাজ্য আক্ৰমণ কৰিবলৈ আয়োজন কৰিলে। সেই অৰ্থে, তেওঁ ভায়েক গোহাইকমলাৰ হতুৱাই এবছৰৰ ভিতৰত নিজৰ ৰাজধানীৰপৰা পৰশু- কুঠাৰলৈকে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে এটা বৰ বহল-দীঘল আলি বন্ধালে। সেই আলিৰ কোনো কোনো ছোৱা এতিয়াও উত্তৰ গুৱাহাটী, মনলৈ আৰু উত্তৰ লক্ষীমপুৰত দেখিবলৈ পোৱা যায়। তাৰে উত্তৰ গুৱাহাটী আৰু মঙ্গলদৈৰ মাজৰ ভোৱ ছিগা-আলি আজিকোপতি “গোহইকমলা আলি” বুলি জনাজাত। সেই সময়ত আহোম ৰাজপাটত বৰ্গদেৱ চুমু বা খোৰা-ৰজা আছিল। ঐঃ ১৫০০ চনত আহোম ৰজা আৰু কোচ ৰজাৰ মাজত, দিকৰাই নৈৰ পাৰত, এখন ঘোৰতৰ যুদ্ধ হয়। যুদ্ধত আহোম ৰজা ঘটিলত, তেওঁ নিজৰ জীয়ৰী এগৰাকীক নৰনাৰায়ণ ৰজালৈ বিয়া দি, তেওঁৰে সৈতে বৈবাহিক সূত্ৰেৰে মিতিৰ বাছে। সেই সম্প্ৰীতি সন্ধিস্থাপন অনুসৰি, কোচ-ৰাও নিজৰ ৰালৈ উলটি আহিল। | চিলাৰায় যুৱৰাৰ ধ্বজ বা চিলাৰায় এমন বৰ ৰাহৰণী আৰু যুদ্ধৰিদ্যত পৈণত পুৰুষ আছিল। তেওঁৰ বাহুবলেই নৰনাৰায়ণ ৰজাৰ বহল ৰাজ্যৰ মূলশক্তি ছিল। আহোম জাৰে সৈতে মিত্ৰত কৰাৰ পাচত, চিলাৰায়ক হিড়িম্বেশ্বৰৰ ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিওৱা হয়। চিলাৰায়ে নিজ পৰাক্ৰমেৰে হিড়িম্বা বা জিমপুৰৰ কছাৰীৰ যুত ঘটাই, ককায়েক নৰনাৰায়ণ ৰজাৰ তপতীয়া কৰে। কছাৰী ৰাই যুত ঘাটি, বছৰি ৭••• টকা ৰূপ, ১••• সোণৰ মেহৰ, আৰু • টা হাতী ক শোধাৰলৈ মাতি হৈ, নিজক কোচ ৰজাৰ শৰণীয়া ৰা বুলি স্বীকাৰ কৰে। তাৰ পাচত কোচ ৰজাই যুদ্ধ আহ্বান কৰি, মণিপুৰী ৰজাৰ ওচৰলৈ কটকী পাঁচিলে। মণিপুৰৰ ই সেনাপতি চিলাৰায়ৰ ৰাহৰণৰ গভেদ পাই, ঘূ নপতকৈয়ে ২০০০ কাপ, ••• সোণৰ মোহৰ, আৰু ১০ টা ভাল ভাল হাতীৰে সৈতে পেছকছ গঠিই না মাৰ লগত সৰি কৰিলে। সেই সৰি আপন হোৱাৰ পাচত,