পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমৰ বুৰী দিব। এই ক্ৰিয়ায় অন্তত, দুয়ো ফালৰপৰা শৰাই দুখনৰ ঢাকোন গুচাই চুদাচুই কৰি, ৰাৰ ফালৰ কন্যাৰ ফাললৈ আৰু কন্যাৰ ফালৰখন দৰাৰ ফাললৈ ভৰাই থৈ, সেই মৰলৰ ওপৰতে এখন বৰাহী পাতি তাতে দৰা-কন্যাই টেমী-কটাৰী সলোৱ-গলিকৈ প্ৰীতি-খেল কৰিব। তাৰ পাচত, সেই কঁাহীতে এফোন আৰৈ চাউলৰ ম বাজি তাৰ মাজত ৰা-কন্যাই পিজি (কা আদঠি দুটা এখমে দৰাই লৈ গুজি খব; কন্যাই খেপিয়াই বিচাৰি ৰাৰ আগঠিটো উলিয়াই লৰ; নোৱাৰিলে তামোল-পাণেৰে মাতি মাগি উলিয়াই লৰ; সেই অনুক্ৰমেই গৰায়ে কন্যাৰ আদঠি লাভ কৰিব লাগিব। সদৌশেহত, দেওধাই পণ্ডিত ৰা জাতি গুৰ আশা লৈ, দৰা-কন্যা ভিতৰলৈ যাব। এয়ে চলৰ চমু একম। ৰজাৰ বিয়াত চকুৰ কাৰ্য দৰাৰ ঘৰত হে সম্পাদন কৰাৰ নিয়ম। জোৰণঃ-জাঘৰীয়া জোৰৰ হলে, “ঘৰৰপৰা কামোল-পাণ ২১ শৰাই আৰু ছোৱালীয়ে পিন্ধিবলৈ কাপোৰ-অলঙ্কাৰ। সঁজুলি সহিতে কুকুচোৱা চাওডাং, বুকুৰাচোৱা বৰা, বৰুৱা আৰু অন্য ফুকন ৰৱ অনদিয়ে দোলা-দুলীয়া সকলোকে পঠাই দিয়ে; বাপেকে সেই সকল বৰাহানি চাই-চিতি লৈ গৈ, গঞা-ভূঞা দিয়েকক চপাই শৰাই মেলি তামোল-পাণ তাতে বাটি দি, বৰাহানি ভিতৰলৈ নিয়ে। ভিতৰতো কিছু তিৰোতা মানুহ মাতি আনি গোটাই লৈ ছোৱালীক সকলোৰে আগতে কানি-কাপোৰ অলঙ্কাৰ। যোৰ। বেলি পিন্ধায়। দুৱাৰ-পৰি উলিয়াই আনি বাহিৰত বহ। তকতক সেৱা কৰাই দোকাত তুলি বাপেকো যৌতুকত দিব লগা এৰ লৈ যাব। (১) ৰজাৰ ককা গ্ৰহণ:-“জাই লাঘৰীয়া আহোমৰ ঘৰৰ যৌৱত ছোৱালী কুঁৱৰী কৰিবলৈ নিয়ে। যদি কোনো শ্যামি ফুকন বৰুৱাৰ ঘৰত তাৰ ছোৱালী থাকে, বাপেকেও দিয়ে, অকস্মাৎ তাকে কুঁৱৰী কৰিবলৈ নিয়ে। শুভ্ৰাদি ঘৰৰ ছোৱালী হলে, হিন্দুমতে বিয়া কৰি নিয়ে; আহোমৰ হলে চকলং কৰে। ৰালৈ হলে, ৰজাঘৰলৈকে বাপেকে সহিতে ছোৱালী নি চকলং কৰে। ৰজাৰ জীয়ৰী বা অন্য আহোমৰ হলে, ছোৱাণীৰ ঘৰত ৫ চকলং কৰিৰ পায়। (২)। আহোমৰ বিয়াৰ -ৰেণৰ দিনাৰপৰা কাষৰীয়া আৰু দৰাঘৰীয়াৰ ইচ্ছানুযায়ী ৩ ১১ দিনীয়াকৈ পানী-ভোলা, নোগুৱা- ধুৱা কৰি বিয়া পড়া হয়। আজিকালি এগৰ আৰীয়া-বিষয়া আৰু ভাল আহোমৰ কন্যাৰু ৰজাত হিন্দুশাস্ত্ৰ অনুসৰি সত্ৰান দি লৈ, পাচ চলং কৰা হয়; তাৰ পাচত, পুনপি-লৈ আনি, নাই সেৱা কৰাই ৰা পুৰোহিতৰ মূৰে আখৰ ৰাণ নোৱা হয়। আহোফলে, সিলিক অল পিপুলকৰ দৰে ভিৰোতা সৰা, ৰ সল্লাম কৰিছিল। এতিয়াৰ পৰে আগৰ দিনত সিবিলাকৰ পৰ্দা’ না ‘আৰ এ এলন নাছিল। ৰাজমাওসকলে সতে বৰ মনৰে সৈতে ৰাকীয় বিষয়ক আলোচনাৰ ভাগ লৈছিল। অনেক কাৰ্যক্ত কুঁৱৰীসকলৰ ক্ষমা চলাৰ উৰণ আছে। তেনেকুৱা কেইগৰাকী ৰূমৰীয় ৰ মানত আৰু অৱন ৰাজ্যৰ শাসন-ভাৰ গ্ৰহণ কৰিছিল। আহোষ বসল ৰ জীনা, বুদ্ধিমতী চৰিতী ১. (২)যায় নুনুমা ( গণিত “ মই শৰ মুখ, ১৩ গুণ। .