পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১১৭
আহোমৰ ৰজাঘৰীয়া কথা

চল আধ্যাত্মিক লক্ষ্য এতি ওগ। ইয়াত দৰা-কই বিয়াৰ নোৱনি কেইদিন হাতত লোৱা আঙ্গঠি, কটাৰী, তামোল ইত্যাদি আহোম-বিয়া বিধিমতে সালসলনি কৰাই, সৃষ্টি পাভনৰ উপদেশ মন্ত্ৰেৰে দুইৰৰ দেহ-মন-প্ৰাণ একেটা ভাৰত ৰখা হয়, আৰু সেই অনুযায়ীকৈ দুই আক মিলাই এক পূৰ্ণাঙ্গ কৰাৰ ধৰ্মোপদেশ দিয়া হয়। এই আধ্যাত্মিক উপদেশ আহোম পণ্ডিত দেওধাই, কি, তেওঁৰ অভাবে, এন বি ভি মূখে দিয়া হয়। | চকলং এ -যি বেদীৰ প্ৰান্তত কন্যাক উপবিষ্ট কৰাই, পোম্ এখমে মূৰত লে দিয়াৰেপৰা গাঁঠিয়ন খুন্দাৰ শেষলৈকে বিয়া-যজ্ঞৰ আগলী প্ৰক্ৰিয়া সমাধান কৰা হয়, তালৈকে দৰাক নি, কন্যাৰ সোৱে কাষতে আসন পাৰি উপবিষ্ট কৰাৰ। বেদীৰ সমূখত ১০৮টা ঠাকেৰে সোণৰ ৰা ৰূপৰ বা পিতলৰ ৰা কাঠৰ গছাত ১০টা চাকি চোমৰ প্ৰমুখ্যে ১০৮ জনা দেৱতা উদ্দেশি লিৰ। গছৰ সমুখত অউচৰাহ মন দিয়া ভূমিৰ ওপৰত, দোৱাই-বৰণৰে সৈতে কাপোৰ-কানি, বৰণমালা, আৰু দুটা গাৰুক তাই এখন শৰাই কাকা বা কন্যা-ধৰা জাতি গুৰুজনাই সসমে থৰ; সেই অনুক্ৰমেই দৰাৰ ফালৰপৰাও কাৰ উদ্দেশ্যে অনা সঁজুলিৰে সৈতে এখন শৰাই পাতিৰ। তেনেতে, উভয়ৰে মধ্যস্থ হৈ দেওধাই পণ্ডিতে, তেওঁৰ অবিহনে, এজন বুৰঞ্জীবি বৃহ মাতিয়ে ৰা-কন্যাৰ সাতপুৰুষৰ চমু বিবৃতি শুনাৰ। তাৰ অৱত, এটা সোণৰ বা ৰূপৰ ৰা কঁহৰ বা পিতলৰ বাটিত ভৰাই দৈ, আৱা-গাখীৰ, মৌ, চেনি, বিট মিহলোৱা পাত ৰাৰ আগত দিব; ৰাই তাৰেপৰা আলি গত শগাই আনি, মুখলৈ টোৱাই মুক্তি পেলাই, খৰিকা লৈ, মুখ কুলকুলিয়াই পেলাই, গুৱা মূহদি কৰিৰ। সেই অনুমে, ২১ একৈশৰ পঞ্চামৃত দুদি, ২১ ভাল খৰিকা, ২১ চনু পানী লৈ, ২১ খন খুৰি তামোল চোৰাই পেলাৰ। তাৰ পাচত, ৰা • কড়া কড়ি পাট কানি-এডুখৰিত টোপোলা বাড়ি, সেই মধ্যস্থ জনে পুনৰপি দৰা-কন্যাৰ পিতৃ-পুৰুষসকলৰ চমু কাহিনী নাই, সৃষ্ট পাতনৰ ব্যাখ্যালৈ সেঁৱৰাই, দৰা-কন্যা উভয়কে আধ্যাত্মিক উপদেশ মিৰ ,- যেনে,ৰ ফালৰপৰা এই বুলি বুনি দিব,-আজিআপনিৰাৰেৱে এই কী বাহিনী ভাৰ্যাৰণে গ্ৰহণ কৰিছে, সুখ-দুখৰ গৰাকী আপুনিয়েই হৈছে, এই কাৰ মানত -গোসাই সকলো আপুনিয়েই, আপুনি প্ৰতিপাল নকৰিলে গালে চু, শলো পাণকাপৰা ৰক্ষা কৰাৰ গৰাকী আপুনিয়েই হৈছে। এইৰে বুনি যি, যা কাণৰ কাষত কড়ি-টোপোলা যাই না; তাৰ পাচত কন্যাৰ ফালে বুল-মি- পৰা এই পুষেৱেই ভোমাৰ শৰদেৱতা হল, এওঁৰ পূজিলেই তোমাৰ দেৱতাক পূজা হৰ, আৰু চেৱাই তোমাৰ কোনো পুজা-সেই সিদ্ধ নহৰ, এতেকে এক তুমি লায় শক্তিৰে মৰৰে কবিৰা, এও যি কয় তাকে মানি; য়াতি নকৰিবা, আপোনাৰ শৰীৰতকৈও একাধিক আৰ কৰিষ। ' এই বুনিৰ অন্তত কৰ কাণৰ কাৰতে কড়ি-টোপোলা আই অনাৰ। এই অমোৰ এতি নিৰ্দিৰ প্ৰতি ভিনিবেলি নি কিড়ি-টোপোলা বই ওনাৰ। তাৰ শা, বা গাৰু এটা চুই কন্যাৰ ফালে বিৰ, আৰু কই এটা দুই যাৰ ফাললৈ