পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমৰ ৰূরী ভগা গৰুৰ দৰে হ’ল। মানৰ দুৰ্গতি দেখি, পলাই থকা অসমীয়া জাৰিলাকেও ওলাই আহি বৃটিচ সেনাক সহায় কৰিবলৈ ধৰিলে। পিচে, হাটৰ নামে ঠাই এডােখৰত মানহঁতে উভতি ধৰাত, সিহঁতৰে সৈতে, ১৮৫ খ্রীষ্টাব্দত, কাপ্তান বিচার্জ এখন যু, লাগে; সেই যুত মান-সেনা দুভাগ কটা গল। এভাগ নৈ পাৰ হওঁতে মাজতে নাও বুৰি মৰিল। তাৰ পাচত, বৃটিচ সেনা কমাৎ উজাই নগৰ সােমালগৈ। মান-সেনাপতিয়ে উপায় নাপাই সখি এন্তাৱ কৰিলে। বিচার্ড চাহাৰেও নিজৰ ফৌজৰ গুলী-বাৰু আৰু আহাৰ-পাতিৰ নাটনি পৰাৰ আশাত সেই প্রস্তাৱত সম্মত হ’ল। সেই সমিতে এয়ে দি হয় যে মানতে আৰু অসম দেশত উপত্ৰৰ নকৰিব। যিবিলাক মানে দেশলৈ উলটি যাব খােজে, সিৰিলাকে যাৰ পাৰে ; যিবিলাকে অসমতে থাকিবলৈ মন কৰে, সিবিলাকে শান্তভাৱে বসতি কৰি থাকি। সেই অনুসৰি, মানবিলাকৰ কিছুমান বেজাৰ মনেৰে বলৈ উলটিল, কিছুমান অসমৰ দাতিয়ে-কাষৰে ৰৈ গ'ল। ইয়াৰ পাচত, ঝটু চাহাৰে দেশত শান্তি থাপিবলৈ মন কৰিলে। চন্দ্রকান্তসিংহ স্বৰ্গদেৱ তেতিয়ালৈকে ৰংপুৰতে আছিল। ফটু চাহাবৰ আদেশ অনুসৰি, তেওঁ গুৱাহাটীত বৃটিচ কোম্পানী চৰকাৰৰপৰা “মােছাহেৰা” বা পেচন ভােগ কৰি থকাটো স্থিৰ হ’ল (১); যােগেশ্বৰসিংহ স্বৰ্গদেৱ যােগঘপাত গৈ বৰ্গী হয়। পুৰৰসিংহ স্বৰ্গদেৱকে। বৃটিচ চৰকাৰৰপৰা ‘পেনচন’ ধার্য্য কৰি দিয়া হয় (২)। এইদৰে, ৩ বছৰ ১০ মাহ ১৯ দিন ব্যাপী “মানৰ দিনৰ” দোৰ্যোৰ দুখৰ কাহিনীয়ে অসমত ইন্দ্রবংশী আহােম ৰজাসকলৰ •• বছৰীয়া ৰাজৰ অৱ পেলালে। সেই ছেগতে অসমদেশ আহােমৰ হাতৰপৰা বৃটিচৰ হাতলৈ পাৰ হয়। “ বাৰু লজি”:-কর্ণেল বিচার্ড, আৰু কাপ্তান রুট চাহৰৰ হাতত অসমৰ শাসন আৰ অৰ্পণ কৰি, লর্ড আমহাষ্টে চাৰ আৰ্টিবল কেৰেল চাহাবক, কিছুমান সৈন্ত দি, ব্রহ্মদেশ আক্রমণ কৰিবলৈ পঠিয়ালে। ঐঃ ১,২৫ চনত, বৃটিচ সৈন্যই পাে-প্রথমে নাৰ নামেৰে এভােৰ ঠাই অধিকাৰ কৰোতেই অসমলৈ অহা মান-সেনাপতি মিঙ্গিমাতা বলা ৰণত পৰিল। তাৰ পাচত, মান-সেনা ক্ৰমাৎ পলাই দেশৰ ভিতৰৰ ফালে পিচুৱাবলৈ ধৰিলে। বৃটিচ সেনাই ইয়াণ্ডাবু নামে ঠাইলৈকে মান-সেনাক খেদি নিলে। এখাদেশৰ ৰজাই সিমানতে বৰ ভয় পাই, ঐ ১৮২৬ চনত ২০ ফেব্ৰুৱাৰীত, সেই ঠাইতে বৃষ্টিচৰে সৈতে সন্ধি কৰে। সেই সন্ধি অনুসৰি, বৃটিচ গৱৰ্ণমেন্টে মানৰ হাতৰপৰা আৰাকান, মাটন, টেনাচেৰিম এই কেইখন ব্রহ্মদেশৰ ৰাজ্য লাভ কৰিলে আৰু সেই আলগতে অসমমেশ হােমৰ হাতৰপৰা বৃটিচৰ হাতলৈ খাটাকৈ পাৰ হয়। ইয়াকে “ইয়াৰু সৰি ৰােল। () অসিংহ দেৱৰ পুতেক গনকাসি। তেওঁৰ পুতে শোকাহলি। ফেশান্দি ী হােত, তেওঁৰ বিষয় যা আমিত্রী দেৱীয়ে ১৯২০ চনলৈকে মৃত গানে পে ভাগ কৰিলে। তেওঁৰ পাচত, এলি সেই গণ পৰিল লি লােপ পােৰ নিচিনাগৈছি আমরাইট আছে। (২) পুৰণি অসমৰ পুতেক কালোৰি । তেওঁৰ পুতেক বলি। সে পুকে দেখছি আৰু মেসি। নিয়মৰ এতিলােপ পাচ্ছে।