পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১১ আহােমৰ ৰজাঘৰীয়া কথা সমসাময়িক ভাৰত বুৰঞ্জীৰ কথা ঐঃ ১৭৯৮ চনৰপৰা ১৮২৮ চনলৈকে এই ভেকুৰি বছৰত “ই ইণ্ডিয়া কোম্পানীৰ তৰফে লর্ড ওৱেবচলি, লর্ড কর্ণওৱালিচ (২য় বাৰ), লর্ড মিন্টো (১ম), লর্ড ময়ৰা আৰু লর্ড আহা এই কেইজন গৱৰ্ণৰ জেনেৰে ভাৰতবৰ্ষত বৃটিচ ৰা-প্রতিনিধি আছিল। সেই কালত, পােনতে মােগল-পাঠান আদি মুছলমান ৰামতা অধঃপাতে যােৱাৰ ছেলে, ভাৰতবৰ্ষৰ দক্ষিণ-পছিম আৰু উত্তৰ-পছিম অঞ্চলতভালেমান ভাৰতীয়ৰাজকতাৰ পুনৰুত্থান হয় ; তাৰ ভিতৰত নিজাম, মহারাষ্ট্র, পেচোৱা-ভেচলা, হলকা, চিড়িয়া, বৰােদা গেইকাৰ, মহী, পাব, ৰাজপুতনা, অতপুৰ এইবােৰ প্ৰধান। কিন্তু সুচতু বৃটিচ প্রতিনিধি লর্ড ওৱেলচলিয়ে ভাৰতীয় ৰাজক্ষমতাৰে সৈতে “সহযােগী সফি স্থাপন কৰি লৈ, তদুভুত কৌশলেৰে এটি-এটিকৈ ওপৰত উকিউবা আটাইকেইওটি ভাৰতীয় ক্ষমতা অনতিপলমে মিত্ৰৰাজ্যৰূপে বৃটিচৰ তলতীয়া কৰিলে। তাৰ পাচত, এখন। দুখনকৈ তেওঁ আৰু ভালেমান ভাৰতীয় ৰাজ্য বৃটিচ সাম্রাজ্যৰ চামিল কৰি ললে । তাৰ ভিতৰত অযোধ্যা, ফক্কাবাদ, তাৰে, চুট, কর্ণাট এই কেইখন প্রধান। কিন্তু, এই যুগৰ শেহছােৱাত, আৰ্য্যচুড়ামণি পঞ্জাবকেশৰী ৰণজিত সিংহ পাবত স্বাধীন ৰজা হৈ উঠে; তেওঁৰ ৰাজমুকুটত পৃথিবীর সর্বোৎকৃষ্ট উজ্জ্বল ত্ব কহিনুৰ’ বা ‘মন্তমণি’ জিলিকিছিল। পিচে, তেওঁৰ মৃত্যুৰ পাচত, সেই অমূল্য ৰত্বই এতিয়া ইংলণ্ডত বৃটিচ ৰাজমুকুট শােভা কৰিছেগৈ। অসমত মানদিন’ হওঁতে লর্ড আমহার্ট ভাৰতবৰত গৱৰ্ণৰ জেনেৰেল বৃটিচ ৰাজপ্রতিনিধি আছিল। আধ্যা-৬ আহােমৰ ৰজাঘৰীয়া কথা বানীঃ -অসমত আহােম ৰজাৰ ৰাজধানীয়ে পৃথিবীৰ সুসত্য ৰামৰ চিনাকি দিছিল। ৰাজনগৰ আৰু ৰাজধানীৰ পকী ঘৰদুৱাৰৰ আৰ্হিয়ে থাকা কাৰ্যাধিৰ চিন-মােকামে তাক ভাঠি সমর্থন কৰে। পৃথিবীৰ দূৰৈৰ শত ঠাইৰ কথা এৰিলেও, ভাৰতবৰ্ষৰ ভিতৰত আহােৰ ৰাজধানী আৰু আৰে নগৰ তুলনীয় বুলি জাতবৈৰীৰ কাপেও বর্ণনা কৰি গৈছে। এই বিষয়ে বহলাই ৰাৰলৈ এয় পুতি ঠাইৰ নাটনি। গতিকে, মিৰজাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত গুহ এখন মুছলমান কাকীয়ে পাৰ ভাষাত আহােম ৰা নগৰৰ বিষয়ে যি খপ বর্ণনা কৰি গৈছে, তাৰ সাৰাংশৰ ভানি মাখােন দিয়া হ'ল;-ইন মহা আলি নামেৰে সেই মুছলমান লেখকে, চকুৰে দেখি গৈ, তেওঁৰ কঠীয়া-ই ইসীমাহ’ (৮- Ibrica) নামেৰে পুৰিত বাহােম ৰজাৰ গড়াও নগৰখন এইৰে ৰাইহো- ও নগৰৰ চাৰিখন শকী দুয়াৰ। এতেখন দুৱাৰ ৰাজনৰ (কে) এ বিনি কৈ অত। নগৰৰ চৌপাশে মেৰা এটাৰ গুণ ললি। সে