অসমৰ বুৰঞ্জী চা ফুকন; হে লাল টিপমীয়া ৰা; গণৰ মজিলাৰ বৰুৱা; ভায়েক গপুৰীয়া ৰা; লুখুৰখনৰ গুৱাহাটীয়া ভোকন। (১) খুব সীমান্তলৈ যুদ্ধ যাত্ৰা নামনি অসম, মাৰ অসম আৰু উজনি অসমত শান্তি স্থাপিত হোৱাৰ পাচত, শদিয়াৰ পাচ দখল লৰৰ উদ্দেশ্যে, তিনিজনা আৰীয়া, বৰবৰুৱা, বৰফুকন, আনন বৰুৱা, ফুকন, ৰাজখোৱা আদি বিষয়া সকলেৰে আলোচনা কবি, ১৭২৮ শকত, স্বৰ্গদেৱে পূৰ্ব সীমান্তলৈ ৰণ যাত্ৰা কৰালে। সেই ৰণলৈ যাবলৈ দুৱৰাৰ ডেকানা বৰুৱাই স্বৰ্গদেৱৰ আৰে তিনিজনা ডাঙ্গীয়, বৰুৱা, ফুকন, মেলগীয়া বৰুৱা, ফুকন, আউনীআটী, দক্ষিণপাট প্ৰমুখ্যে সকলো মহন্তৰ ভাগৰ নাও এখনীয়া, দুখনীয়া, তিনিখনীয়া এইদৰে তাৰতম্যৰূপে লৈ দিলে। সেই আয়োজনেৰে 'কুম্পানি চিপাহী’ লগত লৈ আহোম ফৌজ পচলাখোৰা মুখত বাণিত কোঠ মাৰি ৰলগৈ। পাচত, মহামতি পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাঙ্গৰীয়াই স্বয়ং তালৈ গৈ, আহোম ফৌজ তিনি দল কৰি পঠিয়াই, তিনি ফালৰপৰা শদিয়াৰ খামতি, চিংফৌ, ভগনীয়া, মোৱামৰীয়া এই বিলাকক আক্ৰমণ কৰালে। ৰণত আহোম ৰজাৰ সম্পূৰ্ণ জয় হোৱাত, খামতি, চিংফৌ আদি পূৰান্তৰ সদৌ মাতিয়ে চাপি কুচি ভাঙ্গৰীয়াত বৰিলেহি। তাৰ ফলত, ৫ ১৮৬ চনত শদিয়া অঞ্চল আহোম ৰজাৰ খাচ দখল অন্তভুত হল। (২) | স্বৰ্গদেৱ কমলেশ্বৰসিংহৰ দিনত যিবোৰ আলি, পুখুৰী, দৌল আছি কৰোৱা হৈছিল, তাৰ ভিতৰত ন-আলি, ৰজাবাহৰৰ আলি, মহবন্ধা আলি, কৰবন্ধা আলি, চেউনী আলিৰ পুখুৰী, কামাখ্যাত তামৰ ঘৰ, হাকাৰত ফোলয় এইবোৰই প্ৰধান। ওপৰত কোৱাৰ দৰে, মন্ত্ৰী আৰু বিষয়াসকলৰ বুজি আৰু কাৰ্য্যৰ বলত, ১৬ বছৰমান মুখেৰে আৰু সুখ্যাতিৰে সৈতে ৰাজত্ব কৰাৰ পাচত, খ্ৰীঃ ১৮১০ চনত, স্বৰ্গদেৱ কমলেশ্বৰসিংহ গী হয়। তেওঁৰ পাৰপৰা আহোম ৰজাৰ ক্ষমতা বেগেৰে নিতে হবলৈ ধৰে। স্বৰ্গদেৱ চন্দ্ৰকান্তসিংহ অৰ্গদেৱ কমলেশ্বৰসিংহ অগী হোৱাত, তেওঁৰ ভায়েক চাৰিীয়া ৰজা চন্দ্ৰকানুসিংহই আহোম ৰাজপাট লাভ কৰিলে। তেৱো ককায়েকৰ ৰে শিঙৰিঘৰ উঠিবলৈ নহল কাৰণে, আহোম নাম নাপালে। ৰাজপাটত উঠাৰ সময়ত চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ বয়স নিচেই কোমল,-১২ বছৰ মাখোন হৈছিল। পূৰ্ণানন্দ বুঢ়াগোহাঞি আৰীয়াই, সেই কাৰণে, নিজৰ মূৰতে ৰাজকাৰ্যৰ সকলো ভাৰ লৈ, সুচাৰুৰূপে ৰাজ্য শাসন কৰিছিল। চন্দ্ৰকানুসিংহ স্বৰ্গদেৱৰ ৰাজৰ শেহতাগত, পূৰ্ণানন্দ বুঢ়াগোহাঞি আৰীয়াৰ পাচত, তেওঁৰ পুতেক কচিলাথ বুঢ়াগোহাঞি, নিৰ্ভয়নাৰায়ণ বগোয়ি অনিৰ ভাগৰু ধনী বৰপাত্ৰগোহাঞি, সন্দিকৈৰ ধনী বৰবৰুৱা, আৰু ৰন বৰফুকন এই কেইজন নতুনকৈ আৰীয়া আৰু বিয়া হৈছিল। (১ যিনা বা “লীয়া বুৰঞ্জী–১৮২১৮৩ পৃষ্ঠা। (২ যিল-এ বষৰৱাৰ খুৰীয়া বু” ১৮৬ পৃষ্ঠা।
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১৬
অৱয়ব