পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ স্বৰ্গদেৱ চুহিত পঙফাৰ গৌৰীনাথ সিংহ নাম পোৱা নাছিল; ৰজা হোৱাৰ পাচত, হিন্দুমতে তেওঁ কমলেশ্বৰসিংহ নাম লয়। কমলেশ্বৰসিংহ স্বৰ্গদেৱে, ১৭৯৬ খ্ৰীষ্টাব্দত ৰাজপাটত উঠি, তেওঁৰ পিতৃ কদম-দীঘলা গগাহাঞিদেৱক চাৰিীয়া ৰা পাতি লয়। কিন্তু, তাৰপৰা দুবছৰমানৰ পাচতে তেওঁৰ পৰলোক হোৱাত, স্বৰ্গদেৱব ভায়েক চন্দ্ৰকান্ত গোহাঞিদেৱক নিচেই কুমলীয়া বয়সতে চাৰিীয়া ৰজা পতা হয়। পাইকৰ এই বিষয়া তলা:-কমলেশ্বৰসিংহ স্বৰ্গদেৱৰ ৰাজত্বত পাইকে গোচৰ দি মাদুৰিয়াল বৰগোহাঞিক ভাজিলত, তেওঁৰ পাচত, গজাৰাম আৰু নৰহৰিক অগাপিচাকৈ বৰগোহাঞি পতা হয়; কেন্দুগুৰীয়া বৰপাত্তগগাহাঞিক খেলুৱাসকলে গোচৰ দি ভাত, দুৰ্গেশ্বৰ গোহাঞিবৰুৱা বৰপাত্ৰগোহাঞি হয়; সন্দিকৈৰ ভৰি আৰু দুৱৰাৰ শ্ৰীনাথ অগা-পিচাকৈ বৰবৰুৱা হয়; সন্দিকৈৰ ভোমোৰাকীয়া গেন্ধেলা ওপৰদৈয়ঙ্গীয়া ৰাজখোৱাক কলিয়াভোমোৰা নামেৰে বৰফুকন পতা হয়। | ডুমডুমীয়া বিদ্ৰোহ:-১৭৯৬ খ্ৰীষ্টাব্দত হৰদত্ত আৰু বীৰদত্ত নামেৰে দুজন ককাই- ভাইয়ে বিজনী আৰু কোচবিহাৰৰ বজাৰপৰা গুপ্ত সহায় লৈ, গুৱাহাটীত এটা ভয়ানক বিদ্ৰোহ উপস্থিত কৰে। সেই বিদ্ৰোহত ভালেমান হিন্দুস্থানী আৰু পঞ্জাবী মানুহেও যোগ দিছিল; আৰু গুৱাহাটীৰ প্ৰায় গোটেই উত্তৰভাগ সিবিলাকে অধিকাৰ কৰিছিল। সিফালে ৰংপুৰ নগৰত মোৱামৰীয়াৰ বিদ্ৰোহ আৰু নানা উৎপাত থমাই শান্তি স্থাপিব লগীয়া হোৱাত, পূৰ্ণানন্দ বুঢ়াগোহাঞি ডাক্ষৰীয়াই সৈন্যৰে সৈতে বৰফুকনক একো সহায় কৰিব নোৱাৰিলে। এনে অৱস্থাত, বৰফুকন কলিয়াভোমোৰাই ইফাল-সিফালৰণৰ কিছুমান সেনা গোটাই লৈ, বেলতলা আৰু ডিমৰুৱা ৰাৰ সহায়েৰে বিদ্ৰোহী দলক আক্ৰমণ কৰিলেগৈ। শত্ৰুপকে কলিয়াভোমোৰা বৰফুকনৰ বিক্ৰম সহিব নোৱাৰি পলাই ফাটু মাৰিলে; হৰদত্ত আৰু বীৰক ধৰি আনি বধ কৰা হ'ল। ইয়াৰ লগতে ইয়াৰে পোখা দুলীয়া দ্ৰোহৰে অন্ত পৰিল। ফিৰিদি ৰোষ চাহাৰে মোৱামৰীয়া বিদ্ৰোহত আহোম ৰজাক বিশুৰ সহায় কৰিছিল। সেই আপাহতে তেওঁ স্বৰ্গদেৱৰ প্ৰিয়পাত্ৰ হৈ, দৰঙ্গত বেপাৰ কৰি আছিল। পিচে, হৰদত্ত চৌধাৰীৰ লগত যোগ হৈ, দুলীয়া নাঙ্গা বঙ্গালে ৰোষ চাহাবক মাৰি তেওঁৰ নাও লুট কৰিলে। সেই আলমতে, স্বৰ্গদেৱৰ আজ লৈ, কলিয়াভোমোৰা বৰফুকনে নিয়ামউল্লা চুদাৰ, বন্ধুচিং আৰু আলোচিং জামদাৰৰে সৈতে উত্তৰ গুৱাহাটীৰ কামাখ্যাঘাটত ৰ৭ দি, দুলীয়াক জিনিলেগৈ। স্বৰ্গদেৱে সেইবাবে সন্তুষ্ট হৈ কলিয়াভোমোৰা বৰফুকনক প্ৰতাপৰত নাম দিলে। | শান্তি বিতাৰ নামনিতকৈ উজনি অসমত বিদ্ৰোহৰ উৎপাত প্ৰৱল হৈছিল। গতিকে, মোৱামৰী, অফলা, খাতি, চিংফৌ ইত্যাদিক মাবলৈ মহামন্ত্ৰী পূৰ্বানন্দ বুঢ়া- গগাহাঞি ছাৰীয়াই নিয়ে সেনাপতিপে ঘূৰি ৰহ পৰিশ্ৰম কৰিব লগাত পৰিছিল। সেইবিলা মাই লৈ, আৰীয়াই জাগি যোৱ খেতিয়কৰিলাক মতাই আমি আকৌ পূৰ্বৰ খেতি-ভি কাভি নাট গাই দিলে। আৰু নাগৰিয়েলিকিনে এনেকক কা, লা লিটি হি এৰি সৈতে ৰাৰ কৰিবলৈ ধৰিলে।