পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সাহিত্য-সম্পদ।

মাজত। এনেকৈ দুষ্ট আৰু সন্তৰ মাজত স্বর্গ মৰ্ত্ত্য প্রভেদ। এতেকে কেনেকৈ সন্তৰ শাৰি পূৰাব পাৰি, কেনেই সম্ভব সৰ্ব্বতিকলীয়া সুখ ভােগ কৰিব পাৰি, তাৰ নিমিত্তে যত্নবান হােৱা যুগুত।

⸻⸺