পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
সখিয়তী।


 উৰি আহি কথমপি,
 মোৰ কাষতেই থাকি,
সখি বুলি মাতিলেই দেখা আহি দিম;

 নেথাকিব দুখ লেশ,
 দৰ্শিলে তোমাৰ বেশ,
লগেভাগে দুয়ো থাকি দুয়ো উমলিম।