পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ ও নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী ত্ব যে কৰ্নিয় জন্মিল হয় দুৰু অনিয় বলবি হয়ে পৰবৰ্তী কবি হব লাগিব। কালশিলা গোসাইৰ বংশাৱলীৰ পৰা হৃদয়ানন্দ কায়স্থৰ সম্পূৰ্ণ বৃত্তান্ত পোৱা হয় – শঙ্কৰনেন্ত্ৰণ হাখী দলই খ্যাত। নামে ঋতিকান্ত পৰমা মহত হলে সমস্যা॥ অতি শুভাশয় ৰা নাম ভৈলা। জীউখানি মাত্ৰ এতেকে বৈকুণ্ঠ গৈলা॥ নাতিনীখানিক ৰতিকান্ত দেবে ভুলিলন্ত স্নেহ কৰি। বিহাইলন্ত যত্ন ধৰি তান গৰ্ভজাত তিনি পুত্ৰ খ্যাত বিযুৰ সেৱক ভৈলা। চিদানন্দ নিত্যা- নন্দ কনিষ্ঠাৰ হৃদয়ানাল নাম খৈল॥ হনদিক অনন্ত বোনায় সগুণে অনুপম। উজানো আনিয়া কৈলে আৰু নানা কাম॥ তেইে যে আসিয়া মাই ৰাতি কালশিলা গ্ৰামে ৰৈলা। অতি ভয়ানক বিলখান হাত সেহি নামে গ্ৰামে ভৈলা॥ প্ৰেমলা আবু ৰাম যে কীৰ্ত্তন দুইশাস্ত্ৰ কৰিলন্ত। সেহি কাৰণত অদ্যাপি কীৰ্ত্তি বৈলন্ত॥” প্ৰেমলতা নামে এওঁৰ আন এখন পুথিৰ উল্লেখৰ উপৰিও, এওঁ আদৰ্শৰূপে দ্বিজ কলাপচন্দ্ৰৰ ৰামায়ণ-চন্দ্ৰিকা পাইছিল বুলি এওঁৰ ভণিতাৰ পৰা বুজিব পাৰি— "সাত কাণ্ড ৰামায়ণ বাল্মীকিৰ কৃত। ভাৰ সাৰ উদ্ধাৰিলা কবিয়া বিবৃত। নামায়ণ চব্দিকল হৈল তাৰ নাম। কাপ যে দ্বিজচন্দ্ৰ মহন্ত উপাম॥ কীৰ্ত্তনৰ ছন্দে বিৰচিলো পদাৰ। শ্ৰীৰাম কীৰ্ত্তন নাম বুজিবা ইহাৰ॥” ইফালেও শঙ্কৰদেৱৰ কীৰ্ত্তন-ঘোষাৰ অনুকৰণত লিখাৰ প্ৰমাণ ইয়াৰ নামকৰণতে দিছে। এই অনন্ত আতাৰে পুতেক ভুবনেশ্বৰে আহোম ৰজা ৰাজেশ্বৰ সিংহৰ (১৭৫১ ৫০) ৭০০ পুৰা ধৰ্মোৰ মাটি পায় বুলি বুজিব পাৰি। কিন্তু ওপৰত ৰামায়ণ-চন্দ্ৰিকাৰ কৰি বোলা এই কলাপচন্দ্ৰ জন কেন? ৰামায়ণ-চন্দ্ৰিকা পুথি বা তাৰ উল্লেখ আন ক'তো পোৰা নাই; কিন্তু এজন কলাপচন্দ্ৰই চতুৰ্থ শুদ্ধ ভাগৱত্ৰৰ এছোৱা ভাঙোতে কৈছে—“য় নৰনাৰায়ণ। দ্বিজ মাণ্ড যেন॥ ২২৩৯। নিৰন্তৰ ব্ৰহ্মজ্ঞানী। নৃপতিৰ চূড়ামণি॥ ২২৪৩। তান প্ৰসাদত মই। ৰচিলোঁ পয়শ্চয়॥ ২২৪৪। বদতি কলাপচন্দ্ৰ। বোলা কালশিলা সহ