পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

200 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰী নিজেই লিখিছে “শহুৰী ভাবী। মত আলোটি টীকা চাই হনুমন্ত। অনিন্দগিৰিব, টীকা যে স্বামীৰ দুইবো ফ্ৰিজ্ঞাসি মত। পঞ্চ টীকা চাই, যিমানে বুজিলো মতি অনুসাৰে লৈলো॥" ভাগৱত মিশ্ৰ হৰি মিশ্ৰৰ পুতেক আৰু হৰি- দেৱৰ (১৪৯৩-১৫৭১ খৃঃ) শিয; এওঁৰ বিষ্ণুপুৰাণ আৰু ভক্তিমূলক গাত্বত তন্ত্ৰৰ ভাঙনি বিতোপন। সংসাৰ-চ” নামৰ আন এথনি পুথিতে এওঁৰ ভণিতা পোৱা হয়। "ভাগৱত-ৰত্ন" পুথিৰ ভণিৰ পৰা ইয়াৰ ৰচয়িতা বিষ্ণু ভাৰতীৰ বিষ্ণুও যৎসামান্য জানিব পাৰি :- “দ্বাদশ স্কন্ধৰ বা সূত্ৰ অনুসৰি। যি অধ্যায় যেন কথা আছে ব্যাখ্যা কৰি॥ তাহক সূচাই যাইবে। প্ৰথমৰ হৃন্তে। যিহেতু আমাক বোলে অনেক মহন্তে॥ শ্ৰীধৰ স্বামীৰ শঙ্কা শ্লোক অনুবন্ধে। বিৰচিবো সূত্ৰ কথা পৰম প্ৰৰন্ধে॥ জনা মহানগৰ গোটৰ আমাৰ। ইটো শাস্ত্ৰখানি হোক লোক প্ৰচাৰ॥ ভাগবতসৰ নামে গত তত্ত্ব। ইহাক জানিলে এটিাবেক ভাৰত। অল্পভাৱে হোৱে যদি বহুমূল্য ৰত্ন। শ্ৰীবিষ্ণু ভাৰত্ৰী উগ্ধাৰিন কৰি যত্ন॥" এওঁৰ আন এখনি পুথি “ধুব-চৰিত”। এইসকলৰ উপৰিও অনেক সৰু সুৰা পুথি-লেখক আছে, সেই সকলৰ সম্যক পৰিচয় নোপোৱাত আৰু একেখন পুথিতে জেনো নাম বা ভণিতা পোৱা আদি খেলিমেলিৰ বাবে তেওঁলোকৰ বিশেষ ভাগৱতৰ চতুৰ্থ-পথম স্কন্ধ, মহাভাৰতৰ আদিপৰ্ব ৩৮৫ পদ মানলৈ, “ধৰমৰ গীত" নামৰ পুথিৰ কেইবাশও গীতত এজন অনিৰুদ্ধৰ ভণিতা পোৱা হয়; তেওঁ নিশ্চয় অনিৰুদ্ধ দ্বিজ বা বাম সৰস্বতী নহয়; ৰে উপাধি কায়স্থ বা ভুয়া। পঞ্চম স্থ আছে লোহিত উক্ত কায়নে প্ৰকাশে নাৰায়ণপুৰ বন্ধ। তাৰ মধ্য ভাগে যহিয়া কই মহত্ব।... তাৰ অন্তৰ্গত বি-বালিকুঞ্চি ভৈলেক গ্ৰাম বিশেষ। শঙ্কৰ মাপ উপাসা কবিয়া আছিলে ভুক্ত অশেষ॥ সেই গ্ৰামেশ্বৰ ভৈলক গোমস্থা মহীপাল নাম যাব। সকল লোকৰ মধ্য ভালেক হণ গুণ প্ৰচল॥ বৃহদ্দলপতি অপৰ হৰি দলই। বুনিয়া সৱে বোলই॥ ভহান সন্ততি দুই হানো নিষ্ঠ গণ্ডা নৱগিৰি