নৱ-জন্ম মুশত গুলি উঠা অসমীয়া সাহিত্য। কৰিব লণীয়। এই বিবৰ্তনবাদী দুই দশনিব মূল্য তথ্য হল এক মৌলিক পদাৰ্থ পৰিণতি আৰু অব্যিক্তিৰ পৰা তাই হ্ৰমে বৰ্তমান অৰাত উপনীত। সাং- নতে জগতৰ আদিতে প্ৰকৃতি আৰু পুৰুষ: পুৰুষ উদাসীন অথচ চেতন, প্ৰকৃতি জড়ময়ী অথচ কী। পুৰুষৰ চৈতনাশক্তি প্ৰকৃতিতে প্ৰতিফলিত হয় বাবে প্ৰকৃতিক চেতন বুলি ভ্ৰম জন্মে। কিন্তু বিবাদী পূৰ্বমীমাংসা আৰু উক্তমীমাংসাব মতে পদাৰ্থৰ পৰা জগৎ সৃষ্ট হোৱা নাই; আব৷ স্বৰূপতে ব্ৰহ্মৰ বাহিৰে কোনো পদাথই নাই। মধ্যক্ষেন প্ৰকৃতিঃ সূয়তে সচৰাচৰম্। হেতুনানেন কৌন্তেয় জগদ্বিপৰিবৰ্ত্ততে॥" গতিকে জগৎ, পৰিবৰ্তিত হে হৈছে , সৃষ্ট হোৱা নাই; প্ৰকৃতি জগতৰ নিৰ্মাত্ৰী নহয়, পুৰুষৰ ইচ্ছাৰ প্ৰভাৱত প্ৰকৃতি নিজে পৰিবৰ্তিত হৈছে। এই পৰিবৰ্তন-প্ৰভাৰেই গাৎ, আৰু এই সামান্য কাৰ্যকাৰিতাই প্ৰকৃতি কৰ্তৃত্ব বা সক্ৰিয় অংশ বুলিব পাৰি। মুঠতে বিবাদীসকলৰ মতে যি জগত আমি চকুৰে দেখিছো , ই কোনো প্ৰকৃত পদাৰ্থ নহয়। শিয়নে একমাত্ৰ সনাতন পদাৰ্থ ব্ৰইহে, আছে, বহুত সাপ দেখাৰ দৰে ব্ৰশ্নত গহ, দেখা আমাৰ মনৰ শ্ৰান্তি মাগেন। “প্ৰথমে প্ৰণমো ব্ৰহ্মপী সনাতন। সৰ্ব শ্ৰাণ কণ নলাক্ষণ॥" "তুমি পৰমাৰা গতব ঈশ এক। একো বন্ধু নাহিকে তোমত বাহিবে॥ তুমি গৰ্ষ কাৰণ সমস্ত চলাচল। সুবৰ্ণ গুলে কেন নাহিক অম্ভব॥" “অবা-মানসগোচৰঃ", এয়ে হল ব্ৰহ্মৰ স্বৰূপ, তেওঁৰ “শেয়হং বহু স্যামি" ভাবতেই অন্মিল প্ৰকৃতি। ব্ৰহ্মা সং; কিন্তু প্ৰকৃতি সং নহয়, অসং নহয়, অনিৰ্বচনীয়। শঙ্কৰদেৱে দশম ভাগৱতত লিখিছে- প্ৰকৃতি আশ্ৰয়ী আছে আদি বৃক্ষ সুখ দুঃখ দুই ফল। অথ চাৰি বস শিপায়ে ইন্দ্ৰিয় বল॥ সাত ধাতু হল শায়ে আঠ প্ৰকৃতি। দশ বায়ু পতি ঈশ কৰি দুই পক্ষী থাকে তাত নিতি। [২৪২ প্ৰাণ, জাপান, সান, উদান, ব্যান, নাগ, কুম, পি, দেৱদত্ত, ধনঞ্জয়, এই দশ আয়ু কাপ পাতেৰে; ক্ষিতি, অপ, তেজ, মং, ব্যোম, মন, বুদ্ধি, অহঙ্কাৰ এই আঠ প্ৰকৃতি বাপ ডালেৰে; মেদ, মাংস , অস্থি , মজা, শোনিত, শুত্ৰ, বস, এই সাত বা; কাপ ছলেৰে। শোক, মোহ, ৰা, মৃত্যু, ক্ষুধা, পিপাসা, এই উম্মি বল আত্মৰে; ধম্ম, অৰ্থ, কাম, মোক্ষ এই ঢাবি নস, দশেয়ি শিপাকে; সত্ব, বঙ্গ, তিনি এ মূল। হা উখি আত্মা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২০১
অৱয়ব