পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহ্যত অসমীয়া সাহিত্যৰ বুৰঞ্জী বেদ ভাৰতীয় ধৰ্ম-সাহিত্যৰ প্ৰথম সোণৰ কাৰে। ইয়াৰ দুটি ভাগ: পোনটি ব্ৰাহ্মণ-সংহিতা আদিৰে নানা পূজা-পাতলৰ ভাগ, কৰ্মকাণ্ড। নাম- ঘোষাৰ আনেক ঠাইত ৰেল শব্দৰ অৰ্থ কৰ্ম্মলণ্ড কিন্তু ইটো মহাধ, মাণে -কা, বেদে যান নানে মহিমা।৭৮। যিটো দেৰ গৰন্ত খেলে মাণ, উনি তেন্তে নিয় কীৰ্ত্তনত বশ্য |৮৩। বেদৰ বিহিত যত আছে, ধম্ম সংসাবত সৱে হৰি নামৰ কিহৰে।১০৩। কেন লগিবাল সোয় জানিবাহা ইহাক নিশ্চয়॥৫ ৯৬। কাগুন প্ৰতিক্ৰিষ্মা স্বৰূপে আলণ্যক আদিৰে বেদব শেষছায়া বা বেদান্তই হল জ্ঞানকাণ্ড; নামগোয়াৰ আন ঠাইৰাৰত সেয়ে--- বেদে শায়িটো পুৰাণ-ভাবতে অদি মবা ' আসনে। হনিতেসে না কহ নিশা। জানা তত্ব এহিনানে॥২০৩। হৰিৰ কীৰ্তন নুশুনিলো সাবধানে। তলত শলাক্ত বাইবে তাহা কাখে।২৮৬। বংসপ্ৰায় তৈল ভক্তে তা লৈয়া যান্তি। হৰি ধেনু ফেন তা পাহ পাছে ধান্ত॥৩৬৪। পতিত পাবন বুলি নাৰায়ণ এ, পৰম গতিতে ব্লাকে আঠুৰ হৈয়া। যু বন - পলাশী তানি আছো শুনি এ, মহা মহা পাপী তবে তযু নাম লৈয়া॥ বেদন পুত বিত্ত নাৰায়ণ এ, দৈবাত হান্তে সাক্ষাতে তৈলা বিদিত। কৰ তৰণ হেতু নালাপ , প্ৰসলিলা নিজ মশাধ বিপণী।৮৩৫। বেদৰ এই, জ্ঞানকাণ্ডই প্ৰবেীদ্ধ বতৰ চিন্তা-গেতত যি অপূৰ্ব-আলোড়নৰ সৃষ্টি কৰিলে, আৰু তাৰ নকলস্বৰূপে সেই কালত যি শত শত বিভিন্ন দৰ্শনাল- বোবৰ সৃষ্টি হল সেইবোৰ শঙ্খলিত কণিৰৰ আৱশ্যক হোৱাত, মূল বেদান্তৰ মতকে নমনা বৌদ্ধ সনি আদি নাকি বুলি বাদ দি বাকি আতিক দৰ্শনালয়বোৰ জুকিয়ালত ষড়শনিস। হল। ইয়াৰ ভিতৰতে, গৌতমৰ ন্যায় তাল কথাণিৰ বৈশেষিক আন্তবাদী; পাতঞ্জলিল যোণ আৰণ কপিলৰ সাংখ্য পৰিণামবাদী: আৰু জৈমিনীৰ পূৰ্বৰ্মীমাংসা আল বাদষণৰ উত্তৰমীমাংসা বিবৰ্তনবাদী। এই কি সদনৰ ভিতথা কপিলৰ পৰিণামবাসী সাংথদৰ্শন বাবতে বহদায়া- বাদী বা অনীশ্বৰ বাদী; এই সম্পৰ্কত “সৰ্ব নিত্য সৰ্বম্ অনাত্মম্” বোলা আনাৰ- বাদী আৰু অনীশ্বৰবাদী নাস্তিক বৌদ্ধ দৰ্শনৰ লগত ইয়াৰ আঁহকলা প্ৰভেদ মন